• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপি চৰকাৰে ভূমিপুত্ৰ কোচ-ৰাজবংশী সকলক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে- বিশ্বজিত ৰায়ৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2024 5:10 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মিছন বসুন্ধৰা ৩.০ জৰিয়তে ভূমিপট্টা আৰু ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত অনুসূচিত জনজাতি, অনুসূচিত জাতি, নেপালী (গোৰ্খা), চাহ জনগোষ্ঠী, প্ৰাক্তন চাহ জনগোষ্ঠী আৰু আদিবাসী সকলে তিনিটা প্ৰজন্ম ধৰি বসবাস কৰা প্ৰমাণীকৰণ নথি প্ৰদান কৰিব নালাগে বুলি অধিসূচনা জাৰি কৰিছে। ইয়াৰ বিপৰিতে আন আন জনগোষ্ঠী সমূহে তিনিটা প্ৰজন্মৰ প্ৰমানিক নথি দিলেহে ভূমি মালিকীস্বত্ব লাভ কৰিব পাৰিব৷ বিজনী চহৰত আয়োজন কৰা এক সংবাদমেলৰ জৰিয়তে অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে।

বিশ্বজিৎ ৰায়ে কয় য়ে অসম চৰকাৰে জাৰি কৰা মিছন বসুন্ধৰা ৩.০ জৰিয়তে আওপকীয়াকৈ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোক বিদেশী, প্ৰৱজনকাৰী সজালে। কোচ- ৰাজবংশী জনগোষ্ঠীৰ ৰাজা-মহাৰাজা সকলে ১৯৫১ চনৰ আগলৈকে বিজনী, চিদলী, কোচ বিহাৰ ৰাজ্য শাসন কৰাৰ লগতে দৰঙীয়া, কোচ হাজো, ডিমৰীয়া, বেলতলা (গুৱাহাটী) ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ৷ আনকি লক্ষীপুৰ আৰু গৌৰীপুৰ কোচ ৰজাৰ অধিনস্থ জমিদাৰী সকলে পৰিচালনা কৰিছিল৷ কিন্তু কোচ ৰাজবংশী সকলে অসীম ত্যাগ কৰি ভাৰতবৰ্ষৰ সতে চামিল হোৱাৰ পিছতে ভাৰত চৰকাৰে কৌশল কৰি কোচ ৰাজবংশী সকলোক অসম, পশ্চিম বংগ, বিহাৰ, মেঘালয় আৰু বাংলাদেশত ভাগ ভাগ কৰি কোচ ৰাজবংশী জনগোষ্ঠীক মেৰুদণ্ড ভাগি পেলায়। যাৰ বাবে কোচ ৰাজবংশী সকলে অস্তিত্বৰ সংকটত পৰি সুদীৰ্ঘদিন ধৰি পৃথক কমতাপুৰ ৰাজ্য আৰু অনুসূচিত জনজাতিকৰণ দাবী কৰি আহিছে ৷

বৰ্তমান কেন্দ্ৰ আৰু অসমত বিজেপি নেতৃত্বাধীন চৰকাৰে কমতাপুৰ ৰাজ্যৰ দাবী ৰাজনৈতিকভাবে সমাধা কৰা দূৰৰ কথা জনজাতিকৰণৰ বিষয়টো সমাধানৰ ক্ষেত্ৰত বোকাচতিওৱা ৰাজনীতি কৰি কোচ ৰাজবংশী সকলোক চৰম ভাবে প্ৰতাৰণা কৰিলে। ইয়াৰ যোগ্য প্ৰত্তুত্যৰ আগন্তুক বিধান সভা নিৰ্বাচনত দিয়াৰ হুংকাৰ দি বিশ্বজিৎ ৰায়ে কয় যে জাতি, মাটি আৰু ভেটি সুৰক্ষাৰ শ্লোগান দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰে এতিয়া ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোক কৌশলৰে ভুমি অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে৷ অসম চৰকাৰে যদি ভুমি পট্টা প্ৰদানৰ বাবে তিনিটা প্ৰজন্মৰ প্ৰমানিক নথি প্ৰদানৰ সিদ্ধান্ত কোচ ৰাজবংশী সকলোৰ ক্ষেত্ৰত ৰেহাই নিদিয়ে তেতিয়াহে গণতান্ত্ৰিক আন্দোলন কৰাৰ লগতে অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিৱলৈ বাধ্য হব বুলি অসম চৰকাৰক সকীয়াই দিয়ে। আনহাতে অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত কোচ ৰাজবংশী জাতীয় পৰিষদে কাক সমৰ্থন কৰিব সেই সম্পৰ্কে দুইএদিনতে সিদ্ধান্ত কৰিব বুলি সংবাদমেল যোগে জনায়। আজিৰ সংবাদমেলত কোচ ৰাজবংশী সচেতন নাগৰিক মঞ্চৰ অন্যতম আহ্বায়ক ধনজিৎ ৰায় উপস্থিত থাকে ৷

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd