• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সীমিত লোকৰ উপস্থিতিত পুৰণিগুদাম আৰু চামগুৰিত অনুষ্টুপিয়াকৈ অনুষ্ঠিত হ’ব বিশ্বকৰ্মা পূজা

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
September 16, 2020 7:33 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত সমাগত উৎসৱৰ বতৰ। কালিলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা। সমগ্ৰ ৰাজ্যতে ভক্তপ্ৰাণ ৰাইজে অতি উলহ-মালহৰ মাজেৰে পূজা ভাগ উদযাপন কৰিব বুলি ক’লে ভুল কোৱা হ’ব।

কাৰণ এইবাৰ ক’ৰ’না মহামাৰী সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নীতি-নিৰ্দেশনা মানি ৰাইজে বৃহস্পতিবাৰে অনুষ্টুপীয়াকৈ পালন কৰিব বিশ্বকৰ্মাৰ পূজা ভাগ।

Apply Now

যাৰ বাবে এতিয়া বিশ্ব খনিকৰ মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে বিভিন্ন জন মৃৎ-শিল্পীয়ে। নগাঁও জিলাৰ চামগুৰিৰ গটঙাত থকা পুৰণি মূৰ্তিকাৰৰ প্ৰতিষ্ঠান কেইখনতো দেখিবলৈ পোৱা গৈছে অনুৰূপ দৃশ্যয়ে।

ক’ৰ’না মহামাৰীৰ ভয়াৱহতাই প্ৰভাৱ পেলাইছে ভক্তপ্ৰাণ ৰাইজে পূজা উদযাপনৰ ক্ষেত্ৰত তথা প্ৰতিষ্ঠান কেইখনত বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰতো।

পুৰণিগুদাম আৰু চামগুৰিৰ বৃহত্তৰ অঞ্চলত এইবাৰ বিশ্বকৰ্মাৰ পূজা পাতি ৰাজহুৱা স্থানত জনসমাগম কৰাৰ পৰিৱৰ্তে বৃহত্তৰ অঞ্চলটোৰ অধিকাংশ লোকেই নিজৰ ঘৰতে সৰুকৈয়ে পৰম্পৰাগত ৰীতি-নীতি অনুসৰি বিশ্ব খনিকৰ বিশ্বকৰ্মাক কৰিব অৰ্চন-বন্দন।

যাৰ বাবে পূৰ্বৰ তুলনাত বহু কমকৈ বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰিছে গটঙাৰ মূৰ্তিকাৰৰ প্ৰতিষ্ঠান কেইখনত।

মূৰ্তি সমূহ তৈয়াৰ কৰোতে প্ৰয়োজন হোৱা সামগ্ৰী সমূহো এইবেলি নগাঁৱৰ পৰিৱৰ্তে গুৱাহাটীৰ পৰা অত্যাধিক দৰত ক্ৰয় কৰি আনিব লগীয়া হোৱাত প্ৰতিভাগ মূৰ্তিৰ দামো পূৰ্বৰ তুলনাত অধিক হ’ব বুলি জানিবলৈ দিয়ে বৃত্তিটোৰ সৈতে জড়িত মৃৎশিল্পী কেইজনে।

যিয়ে নহওঁক, মুঠতে এইবাৰ বৃহৎকায় বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণৰ পৰিৱৰ্তে ঘৰতে পূজা পাতিব পৰাকৈ ক্ষুদ্ৰ-ক্ষুদ্ৰ মুৰ্তি দিনটোৰ ভিতৰতে নিৰ্মাণ কৰি নিশাৰ ভিতৰত ভক্ত তথা গ্ৰাহকৰ হাতত তুলি দিবৰ বাবে এতিয়া চৰম ব্যস্ততা বাঢ়িছে গটঙাৰ প্ৰসিদ্ধ মূৰ্তিকাৰৰ প্ৰতিষ্ঠানৰ কেইখনৰ মৃৎশিল্পী সকলৰ মাজত।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd