• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটত হাতীৰ পিঠিত উঠি পদুম মোহাৰিবলৈ আহিল বিতোপন শইকীয়া

নিজৰেই একালৰ কংগ্ৰেছী সমৰ্থকৰ হৰ্ষোল্লাস দেখি শংকিত ন-বিজেপি অজন্তা

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
March 8, 2021 3:43 pm
a bitopan
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাটত ৰাজনৈতিক বাতাবৰণে এক ৰোমাঞ্চকৰ পৰিবেশৰ সৃষ্টি কৰিছে।

কংগ্ৰেছ – বিজেপিৰ ৰদ- বদলে একপ্ৰকাৰ ধূসৰ কৰি তুলিছে গোলাঘাটৰ ৰাজনৈতিক পৰিবেশ।

Apply Now

আজি এসময়ৰ কংগ্ৰেছৰ প্ৰাক্তন শক্তিশালী মন্ত্ৰী তথা বিধায়িকা অজন্তা নেওগে বিজেপিৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে।

পুৱাৰে পৰা নেওগৰ এৰেঙাপাৰাস্থিত বাসগৃহত শ শ সমৰ্থকে ভিৰ কৰা পৰিলক্ষিত হয়।

মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত সমৰ্থকৰ হৰ্ষ উল্লাহৰ মাজেৰে পদব্ৰজে আহি উপায়ুক্ত হাতত মনোনয়ন পত্ৰ অৰ্পন কৰে। ইফালে হাজাৰোৰ্ধ সমৰ্থকৰ উপস্থিতিত নিজৰ শক্তি প্ৰদৰ্শন কৰি পূৰ্বৰ সক্ৰিয় বিজেপি নেতা বিতোপন শইকীয়ায়ো হাতীৰ পিঠিত উঠি কংগ্ৰেছৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে।সৌসিদিনালৈ অজন্তা নেওগৰ সোঁৱে-বাওঁৱে থকা হাজাৰ হাজাৰ সমৰ্থকে আজি বিতোপন শইকীয়াৰ হৈ হৰ্ষোল্লাস কৰাত স্বাভাৱিকতে শংকিত হৈ পৰিছে ন-বিজেপি অজন্তা নেওগ।

নেতাজনক সংগ দিয়ে সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক ৰকিবুল হুছেইনে।

একেদৰে খুমটাই বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী একালৰ মন্ত্ৰী বিস্মিতা গগৈ আৰু অ জা প ৰ প্ৰাৰ্থী পৱন শইকীয়াও মনোনয়ন পত্ৰ দাখিল কৰে।

উল্লেখ্য যে , মনোনয়ন পত্ৰ প্ৰদান কৰি একেদিনাই বিজেপিয়ে নিৰ্বাচনৰ ৰণডংকা বজালে গোলাঘাটত। ৯৫ নং গোলাঘাট বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

পদযাত্ৰা কৰি অজন্তা নেওগৰ হৈ প্ৰচাৰ চলালে মন্ত্ৰী জনে।নেওগে মনোনয়ন পত্ৰ দাখিল কৰা পিছতে গোলাঘাটত বিজেপিৰ প্ৰচাৰ অভিযান তুংগত উঠিল।

হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে কৰা এই পদযাত্ৰা গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা আৰম্ভ হৈ চহৰখনৰ মাজেদি বাহিৰ কৰে।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd