• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শাৰীৰিক অসুস্থতাৰ বাবে প্ৰচাৰৰ পৰাও বিৰত আছিল; নিৰ্বাচনৰ পিছদিনাই মৃত্যু বিজেপি প্ৰাৰ্থীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 21, 2024 9:24 am
উত্তৰ প্ৰদেশৰ মোৰাদাবাদ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিদায়ী সাংসদ কুনৱাৰ সৰ্বেশ সিঙৰ মৃত্যু। ফাইল ফটোঃ সংগ্ৰহীত।

উত্তৰ প্ৰদেশৰ মোৰাদাবাদ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিদায়ী সাংসদ কুনৱাৰ সৰ্বেশ সিঙৰ মৃত্যু। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ পিছদিনাই উত্তৰ প্ৰদেশৰ মোৰাদাবাদ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিদায়ী সাংসদ কুনৱাৰ সৰ্বেশ সিঙৰ মৃত্যু ঘটে। তেওঁ দীৰ্ঘদিন ধৰি শাৰীৰিক ৰোগত ভুগি আছিল। অসুস্থতাৰ বাবে নিৰ্বাচনী প্ৰচাৰতো অংশ লোৱা নাছিল। শুকুৰবাৰে মোৰাদাবাদ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। পিছদিনা শনিবাৰে দিল্লী এইমছ হাস্পাতালত তেওঁৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৭১ বছৰ।

২০১৪ চনত সৰ্বেশ সিং প্ৰথমবাৰৰ বাবে মোৰাদাবাদ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৯ চনতো তেওঁক মনোনীত কৰে বিজেপিয়ে। জয়ী হৈ তেওঁ দ্বিতীয় বাৰৰ বাবে সাংসদ হয়। ইয়াৰ পিছত ২০২৪ত তৃতীয়বাৰৰ বাবে মোৰাদাবাদৰ বাবে দলটোৱে তেওঁৰ ওপৰতে নিৰ্ভৰ কৰে।

অৱশ্যে টিকট পোৱাৰ পিছতো এইবাৰ শাৰীৰিক কাৰণত তেওঁ নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি আছিল। সেই সমষ্টিত তেওঁৰ সমৰ্থনত বিজেপি নেতৃত্বই প্ৰচাৰ চলাইছিল। কিন্তু তেওঁক প্ৰচাৰ অভিযানত এদিনো দেখা পোৱা নগ’ল।

Apply Now

লগতে পঢ়কঃ মণিপুৰৰ ১১টা বুথত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ; দাবী উত্থাপন কৰিছিল কংগ্ৰেছে

উত্তৰ প্ৰদেশৰ বিজেপিৰ মুৰব্বী ভূপেন্দ্ৰ চৌধুৰীয়ে সংবাদ প্ৰতিষ্ঠানক জনাইছে যে সৰ্বেশ সিঙৰ ডিঙিত কিছু সমস্যা হৈছিল। দীৰ্ঘদিন ধৰি তেওঁৰ চিকিৎসা চলি আছিল। কিছুদিন পূৰ্বে তেওঁৰ ডিঙিৰ অস্ত্ৰোপচাৰো কৰা হৈছিল। শনিবাৰে তেওঁ দিল্লী ইএমএছত শাৰীৰিক পৰীক্ষা কৰিবলৈ গৈছিল। তাতে আকৌ তেওঁৰ অসুখ বাঢ়ি গ’ল। চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।

সৰ্বেশ সিং পেছাত এগৰাকী ব্যৱসায়ী। তেওঁ উত্তৰ প্ৰদেশৰ বিজেপিৰ বলিষ্ঠ নেতা আছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰি মোৰাদাবাদৰ পৰা সংসদ সদস্য হোৱাৰ পূৰ্বে তেওঁ ঠাকুৰদ্বাৰা বিধানসভা সমষ্টিৰ পৰা চাৰিবাৰৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ পুত্ৰ সুশান্ত সিঙো বিজেপিৰ বিধায়ক।

লগতে পঢ়কঃ IPL 2024: ট্ৰেভিছৰ ধুমুহাৰে হায়দৰাবাদৰ ৰানৰ পাহাৰ; দুৰ্দান্ত আৰম্ভণি কৰিও আত্মসমৰ্পন দিল্লীৰ

মোৰাদাবাদকে ধৰি পশ্চিম উত্তৰ প্ৰদেশৰ আঠটা সমষ্টিত শুকুৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হয়। ৬০ শতাংশতকৈ অলপ বেছি ভোটদান হৈছে। মোৰাদাবাদত ভোটাদানৰ হাৰ ৬০.৬০ শতাংশ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd