DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অতুল বৰাৰ জনপ্ৰিয়তাৰ চিন : দিচপুৰ সমষ্টিৰ প্ৰায়কেইটা পঞ্চায়তত বিজেপিৰ অগ্ৰগতি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 12, 2018 1:31 pm
Vote Counting

মহানগৰীৰ সোণাৰাম হাইস্কুলত ১২ ডিচেম্বৰত পুৱাৰ ভাগত ভোটগণনা স্থলীৰ দৃশ্য।

210
VIEWS
Share on FacebookShare on Twitter

সোণাৰাম হাইস্কুল খেলপথাৰত চলি থকা দিচপুৰ সমষ্টিৰ পঞ্চায়ত সমূহৰ ভোটগণনাত এই মুহূৰ্তলৈকে বিজেপিক যথেষ্ট অগ্ৰগতি লোৱা দেখা গৈছে। এতিয়ালৈ ঘোষণা হোৱা তিনিটা পঞ্চায়তৰ মুঠ ৮ টা ৱাৰ্ড মেম্বাৰ পদৰ ৭ টাতে বিজেপি জয়ী হৈছে। এটাত কংগ্ৰেছ জয়ী হৈছে।

ইয়াৰ বিপৰীতে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সমষ্টি পশ্চিম গুৱাহাটীৰ অন্তৰ্গত ধাৰাপুৰ পঞ্চায়তত কংগ্ৰেছৰ অগ্ৰগতি দেখা গৈছে।

উল্লেখযোগ্য যে প্ৰথমে ৱাৰ্ড মেম্বাৰ, অৰ্থাৎ গাওঁ পঞ্চায়ত সদস্যৰহে ভোট গণনা চলি আছে। গণনা চলি থকা বেছিভাগ ৱাৰ্ডতে বিজেপি আগ বাঢ়ি আছে।

ইফালে আজি ভোট গণনাস্থলীত পুৱাতেই উপস্থিত হয় দিচপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰা। তেওঁ নিজৰ সমষ্টিটোত বিজেপিয়েই জয়লাভ কৰিব বুলি দাবী কৰে। তেওঁ ৮০ শতাংশ পদত বিজেপি জিকিব বুলি কয়।

“অগপই একো প্ৰভাৱ পেলাব নোৱাৰে। পঞ্চায়তৰ ফলাফলে অসমত লোকসভাৰ নিৰ্বাচনতো প্ৰভাৱ পেলাব।” বিধায়কজনে কয়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিজেপিৰ বিধায়ক যদিও অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সদায়ে বিৰোধিতা কৰি আহিছে। তাৰ বাবে তেওঁ থলুৱা জনগণৰ সমৰ্থনো লাভ কৰি আহিছে। আজিৰ নিৰ্বাচনৰ ফলাফলতো সমষ্টিটোত বিধায়কজনৰ জনপ্ৰিয়তা অটুট থকাটো প্ৰমাণিত হৈছে।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd