DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি “চিকিৎসক”, ৰুগীয়া নতুন সদস্যৰ দুৰ্নীতিৰ চিকিৎসা কৰিব: ডাঃ নোমল মমিন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 16, 2019 4:34 pm
BJP "doctor'', will treat newcomer "patients'' for corruption: State spokesperson Numal Momin

শুকুৰবাৰে ডাঃ নুমল মমিন।

469
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছত থাকোঁতে বহু দুৰ্নীতিৰ অভিযোগ থকা নেতাৰ বিজেপিত যোগদানক কেন্দ্ৰ কৰি চলি আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। তাৰ মাজতে এনে নেতাক ‘ৰোগী’ৰ সৈতে তুলনা কৰিছে বিজেপি বিধায়ক তথা ৰাজ্যিক মুখপাত্ৰ ডাঃ নোমল মমিনে।

লগতে বিজেপিয়ে সেইসকল ৰোগীক চিকিৎসা কৰিব বুলিও তেওঁ মন্তব্য কৰে।

‘ৰোগীকহে ডাক্তৰৰ প্ৰয়োজন আছে। ভাল মানুহ কেতিয়াও ডাক্তৰৰ ওচৰত নাযায়। ডাক্তৰেও ভাল মানুহক চিকিৎসা নকৰে। ৰোগী বুলি যদি সেইসকলক ভবা হয়, নিশ্চয় চিকিৎসা আছে, ভাৰতীয় জনতা পাৰ্টি চিকিৎসক। তেওঁলোকক ৰোগমুক্ত কৰি দেশখন নিকা কৰিবলৈ আগবাঢ়ি গৈছে।‘ বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত অনুষ্ঠিত প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তত সংবাদমাধ্যমৰ আগত মমিনে এইদৰে কয়।

মমিনৰ মতে, বিজেপিৰ নীতি আদৰ্শ মানি চলিম বুলি এগৰাকী ব্যক্তি আহিব খোজে বা তেওঁলোকে যদি বেয়া কামো কৰিছিল, সেইসকল লোকক শুধৰণি কৰাটো বিজেপিৰ বাবেই গৌৰৱৰ কথা।

ইপিনে, কংগ্ৰেছৰ পৰা বহু নেতা ইতিমধ্যে বিজেপিত যোগদান কৰাৰ পাছত ‘কংগ্ৰেছযুক্ত বিজেপি’ বিষয়টোৱে চৰ্চা লাভ কৰাৰ মাজতে বিধায়কগৰাকীয়েও এই কথা স্বীকাৰ কৰে।

তেওঁ কয় ‘কংগ্ৰেছমুক্ত কৰিবলৈ কংগ্ৰেছযুক্ত কৰিব লাগিব। যি দলৰ পৰাই নহওক, কংগ্ৰেছৰ পৰাই হওক, অগপৰ পৰাই হওক, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিধৰণে উন্নয়নৰ কাম আগুৱাইছে, সকলো দিশৰ পৰা সকলো ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে সংযুক্ত হ’ব বিচাৰিছে।‘

ইপিনে, দুৰ্নীতিগ্ৰস্ত নেতাই বিজেপিত যোগদান কৰাৰ পাছত দুৰ্নীতি কৰাৰ কোনো সুযোগ নাপায় বুলি মমিনে মন্তব্য কৰে।

‘দুৰ্নীতিগ্ৰস্ত নেতাসকলে বিজেপিত আহি সেই সুযোগটো নাপায়। যি বিজেপিত যোগদান কৰে তেওঁ লাইনত আহিবলৈ বাধ্য হ’ব পাৰে।‘ মমিনে এইদৰে কয়।

Recent News

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd