• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হতাশাৰ প্ৰতিফলন! বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত সাংবাদিকক আক্ৰমণ বিজেপি গুণ্ডাবাহিনীৰ

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , March 28, 2021 1:13 pm

1 min read

Sibsagar journalist attack final

সাংবাদিক আচিফ আলি। ফটো: নৰ্থইষ্ট নাও।

982
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ মেটেকাত বিজেপি গুণ্ডাবাহিনীয়ে সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাতে আক্ৰমণ কৰা হয় সাংবাদিক আচিফ আলিক।

এই ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে আক্ৰমণৰ বলি হোৱা সাংবাদিকজনে।

উল্লেখ্য যে ভোট গ্ৰহণৰ অন্তত মেটেকাৰ ২ নং ভোট কেন্দ্ৰত ইভিএম সমুহ বহু সময় ধৰি ছীল নকৰা বুলি অভিযোগ কৰিছিল স্থানীয় ৰাইজে।

ইয়াকে লৈ ভোট কেন্দ্ৰটোৰ বাহিৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

এই বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে বিজেপিৰ এটা গুণ্ডাবাহিনীয়ে সাংবাদিক গৰাকীক আক্ৰমণ কৰে।

Tags: Assam Election

Recent News

yechury_son_571_855-1140x570

দু:খৱৰ! বাওঁপন্থী নেতা সীতাৰাম য়েচুৰীৰ জ্যেষ্ঠ পুত্ৰ ৩৪ বছৰীয়া আশিস য়েচুৰীৰ কৰ’নাত মৃত্যু

Drugs Mafia arrested

যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া কুখ্যাত ড্ৰাগছ মাফিয়া মৃণাল গগৈ ওৰফে জ’জ গ্ৰেপ্তাৰ

a-vac-640x375

কৰ’নাৰ ভেকচিন লোৱাৰ পাছত সংক্ৰমণৰ হাৰ কিমান? কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

images.jpeg-11(2)

কৰ’নাত আক্ৰান্ত শিৱসাগৰ জিলা উপায়ুক্ত; জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৪২জনলৈ বৃদ্ধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd