• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংবিধানক গেৰুৱা সাজ পিন্ধাই জনসাধাৰণৰ ওচৰৰ পৰা আঁতৰি গৈছে বিজেপি চৰকাৰ : পৰমানন্দ ৰাজবংশী

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , January 20, 2019 8:34 pm

1 min read

asom sahitya sabha

পৰমানন্দ ৰাজবংশী। ফাইল ফটো

261
VIEWS
Share on FacebookShare on Twitter

‘ভাৰতীয় সংবিধানক গেৰুৱা সাজ পিন্ধাই জনসাধাৰণৰ ওচৰৰ পৰা আঁতৰি গৈছে বিজেপি চৰকাৰ৷ বিদেশী খেদিম বুলি শাসনৰ বাঘজৰী হাতত লোৱা জাতীয় নায়ক সৰ্বানন্দ সোণৱালে অসমৰ ৰাইজৰ আশাক ধুলিস্যাৎ কৰিলে।’ এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ।

আজি দিখৌমুখ জনজাতি হাইস্কুল খেলপথাৰৰ ভৃগুমুনি কাগয়ুং সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শিৱসাগৰ জিলা সাহিত্য সভাৰ সপ্তম মধ্যকালীন বিশেষ অধিবেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ৰাজবংশীয়ে মুখ্য মন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়, ‘এই সৰ্বনাশী বিলখন ৰাজ্যসভাত জোৰ জবৰদস্তি পাছ কৰিব খুজিলে কথা কিন্তু বেয়া হ’ব৷  ৰইজৰ লগত থাকি ৰাইজৰ স্বাৰ্থৰ বাবে দিল্লীৰ হঠকাৰী সিদ্ধান্তত হাত উজান নিদিব৷ আমাৰ আহ্বানক ঘৃণালৈ পৰ্যবসিত হ’বলৈ নিদিব৷ তেনে কৰিলে অনাহুত পৰিস্থিতিৰ মুখামুখী হ’বলৈ সাজু থাকক।’

তদুপৰি অসমত ষ্পষ্ট ভাষা নীতি,নিয়োগ নীতি চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক আদি বহু কেইটা দাবী কাৰ্যকৰীকৰণৰ বাবেও সভাপতি গৰাকীয়ে চৰকাৰক আহ্বান জনায়৷

উল্লেখযোগ্য যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা উক্ত সভাতে কবি প্ৰণৱ কুমাৰ বৰ্মণক গীতাঞ্জলী বৰুৱা মিলি সোঁৱৰণী সাহিত্য ন্যাস বঁটা প্ৰদান কৰা হয়।

Recent News

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd