• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নিজৰ মুনাফাৰ বাবে হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিছে বিজেপিয়ে’ : এবিএমছুৰ নেতা টাইচন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 4, 2021 11:39 am
ABMSU
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰৰ চিকনিবাৰীত ১ ফেব্ৰুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰ জিলা এবিএমছু আৰু দ্বাৰকুছি আঞ্চলিক এবিএমছুৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈ যায়।

এই উপলক্ষে বুধবাৰে পুৱাৰ ভাগত উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। আবেলি দুই বজাত অনুষ্ঠিত হয় মুকলি অধিবেশন। তামুলপুৰ জিলা এবিএমছুৰ সভাপতি হালিম খানৰ পৌৰাহিত্যত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্রহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা সাংবাদিক দীপক শৰ্মাই।

Apply Now

দীপক শৰ্মাই সংখ্যালঘু সমাজখনক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত এবিএমছুক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ আহ্বান জনায়। সভাত আছুকে ধৰি কেইবাটাও ছাত্র সংগঠনৰ নেতা উপস্থিত থাকে।

সভাৰ অন্তত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইচন হুছেইনে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি টাইচন হুছেইনে কয় তামুলপুৰ জিলা আৰু দ্বাৰকুছি আঞ্চলিক এবিএমছুৰ ষষ্ঠ দ্বি বাৰ্ষিক অধিবেশনত হেজাৰ হেজাৰ মানুহৰ সমাগম হৈছে। এই অঞ্চলৰ বিভিন্ন জাতীয় জীৱনৰ সমস্যাক অধিবেশনত লৈ আলোচনা কৰা হৈছে।

আগন্তুক দিনত সমগ্ৰ অসমৰ জাতীয় জীৱনৰ যি সমস্যা, জাতিৰ যি সমস্যা, এই জটিল সন্ধিক্ষণত শংকৰ আজানৰ বাণী বিলাই একেলগে ঐকবদ্ধভাৱে যাতে আগুৱাই যাব পাৰি সেই বিষয়েও আলোচনা কৰা হৈছে বুলি কয় নেতাগৰাকীয়ে।

এবিএমছুয়ে পৰবৰ্তী সময়ত ছদ্মবেশী বিজেপি শক্তিৰ বিৰুদ্ধে ধৰাবাহিক ভাৱে ৰাইজক সজাগ আৰু সচেতন কৰি গণতান্ত্ৰিক সংগ্ৰাম চলাই যাব।

বিজেপিয়ে অসমীয়া জাতিক থানবান কৰি নিজৰ মুনাফা আদায় কৰাৰ বাবে হিন্দু-মুছলমানৰ মাজত সংঘাত লগাব বিচাৰে বুলি অভিযোগ কৰে ছাত্ৰ নেতাগৰাকীয়ে।

ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে বিজেপিয়ে যি ষড়যন্ত্ৰ ৰচিছে, ইয়াৰ বিৰুদ্ধে এবিএমছুয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন চলাই নিব বুলিও ঘোষণা কৰে হুছেইনে।

বিটিচি অঞ্চলত সকলোৰে ভূমি অধিকাৰ নিশ্চিত কৰাৰ আহ্বান জনাইছে ছাত্ৰ নেতাগৰাকীয়ে প্ৰমোদ বড়োৱে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈও আহ্বান জনায়।

বিটিচি প্ৰধান প্ৰমোদ বড়োক আহ্বান জনাই কয় ইউপিপিএলৰ কেন্দ্ৰীয় পৰ্যায়ৰ কেইগৰাকীমান বিষয়-ববীয়াই এবিএমছুক বিভাজন কৰাৰ যি ষড়যন্ত্ৰ কৰিছে সেইসকল নেতাক প্ৰমোদ বড়োৱে নাকী লগাব পৰা নাই কিয় বুলিও প্ৰশ্ন কৰে প্ৰমোদ বড়োক।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd