• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৭৪ বছৰীয়া এক বৃদ্ধক হত্যা : বিজেপি নেতাসহ তিনিগৰাকী লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2021 1:14 pm
baba-arrest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত দুজন ব্যক্তিৰ সৈতে এগৰাকী বিজেপি নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

দেওবাৰে পশ্চিম বংগৰ পূৰ্ব বৰ্ধমান জিলাৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এগৰাকী ৭৪ ব্যক্তিক হত্যা কৰাৰ অভিযোগত বিজেপি নেতাগৰাকীৰ সৈতে অন্য দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

শুকুৰবাৰে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰি শনিবাৰে স্থানীয় আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে আটাইকেইজন অভিযুক্তক ১০ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যোৱা ৯ মাৰ্চত ৰাইনা আৰক্ষী থানাৰ অন্তৰ্গত প’ষ্ট অফিচ পাৰাৰ নিজা বাসগৃহৰ ভিতৰতে বয়োজ্যেষ্ঠ লোকজনক গুলীয়াই হত্যা কৰা হৈছিল।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ধন লুটৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰা হৈছিল। উক্ত দিনাই লোকজনে বেংকৰ পৰা যথেষ্ট পৰিমাণে ধন উলিয়াইছিল।

ইফালে অভিযুক্তসকলে ঘটনাক্ৰমে বয়োবৃদ্ধ লোকজন গুলীবিদ্ধ হোৱা বুলি দাবী কৰা বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।

হত্যাকাণ্ডটো সংঘটিত কৰিয়ে তিনি অভিযুক্ত আত্মগোপন কৰিছিল যদিও আৰক্ষীয়ে মোবাইল লোকেশ্যন ট্ৰেকিঙৰ জৰিয়তে তিনিওকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

October 23, 2026 4:17 pm
গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

October 23, 2026 3:03 pm
অৰুণাচল সীমান্তত পুনৰ সংঘাত ভাৰত আৰু চীনৰ সেনাৰ; ITBP-ৰ সঞ্চালক প্ৰধানৰ চাঞ্চল্যকৰ তথ্য

অৰুণাচল সীমান্তত পুনৰ সংঘাত ভাৰত আৰু চীনৰ সেনাৰ; ITBP-ৰ সঞ্চালক প্ৰধানৰ চাঞ্চল্যকৰ তথ্য

October 23, 2026 1:48 pm
কামত নাহিল ব্ৰুকৰ ডাবল চেঞ্চুৰী! ৪৩০ ৰান খেদি বিশ্ব অভিলেখ শ্ৰীলংকাৰ, ভাঙিলে ভাৰতৰ অভিলেখ

কামত নাহিল ব্ৰুকৰ ডাবল চেঞ্চুৰী! ৪৩০ ৰান খেদি বিশ্ব অভিলেখ শ্ৰীলংকাৰ, ভাঙিলে ভাৰতৰ অভিলেখ

October 23, 2026 12:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

October 23, 2026 4:17 pm
গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

October 23, 2026 3:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd