• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“অভিনেতা” যতীন বৰাক পুনৰ “আক্ৰমণ” মীৰা বৰঠাকুৰৰ

কন্যাক অপহৰণৰ শংকাতহে পদত্যাগ কৰিব লগা হ’ল বুলি দলক কৈফিয়ৎ "অভিনেতাজন"ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2019 5:39 pm
Mira Borthakur vs Jatin-Bora
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মই ৰাইজৰ লগত আছো” বুলি কৈ বিজেপি ত্যাগৰ ঘোষণাৰে মানুহৰ আৱেগ জয় কৰা অভিনেতা যতীন বৰাক পুনৰ আক্ৰমণ কৰিছে বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে।

নাগৰিকত্ব (সংশোধন) আইন বিৰোধী আন্দোলনৰ ঢৌত নিজকে উটুৱাই দি অভিনেতাজনে ১২ ডিচেম্বৰত বিজেপিৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰা বুলি ঘোষণা কৰিছিল।

Apply Now

বৰা ৰাজ্যখনৰ এজন জনপ্ৰিয় অভিনেতা আৰু শেহতীয়াকৈ বিজেপি যোগদান কৰি অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ পদ লৈছিল।

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে অসমীয়া লোকে সৰ্বস্তৰত প্ৰতিবাদ কৰি থকাৰ মাজতে তেওঁ জাতিৰ বিপদ তথা সংকটৰ সময়ত ৰাইজৰ কাষত থিয় হৈ গেৰুৱা দলটো এৰা বুলি ঘোষণা কৰিছিল সংবাদ মাধ্যমৰ আগত। তেওঁৰ এই স্থিতিক লৈ বহুতে বেচ উচ্ছ্বসিত হৈ পৰিছিল আৰু সংবাদ মাধ্যমতো গুৰুত্বসহ বাতৰি প্ৰকাশ হৈছিল।

পদত্যাগ ঘোষণাৰ লগতে তেওঁ কৈছিল, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপেও তেওঁ অচিৰেই পদত্যাগ কৰিব।

কিন্তু নিজৰ ফেইচবুক টাইমলাইনত ২০ ডিচেম্বৰত দিয়া এটা পোষ্টত মীৰা বৰঠাকুৰৰ দাবী, “অভিনেতা”জনে তেওঁৰ কন্যাক অপহৰণৰ শংকাতহে পদত্যাগ কৰিব লগা হ’ল বুলি দলক কৈফিয়ৎ দিছে।

এতিয়া সকলো জলজল পটপট হৈ পৰিছে বুলি মন্তব্য কৰি নেত্ৰীগৰাকীৰ দাবী, যতীন বৰাই এতিয়াও অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ পদ এৰা নাই।

পদত্যাগৰ কাৰণ হিচাপে দলৰ মজিয়াত কৈফিয়ৎ দিওঁতে জীয়াৰীক অপহৰণ কৰিব খোজা বুলি দেখুওৱাটোত আপত্তি কৰি বৰঠাকুৰে কৈছে, আমাৰ এনে কোনো নিকৃষ্ট প্ৰতিবাদকাৰী নাই যে তেওঁ পদত্যাগ নকৰিলে জীয়েকক অপহৰণ কৰিব।

বৰঠাকুৰৰ পোষ্টটো অবিকল তুলি দিয়া হ’ল-

“এজন অভিনেতাই দল ত্যাগ কিয় কৰিব লগা হল ,দলক কি কৈফিয়ৎ দিলে জানে  তেওঁৰ জীয়াৰীক বোলে অপহৰণ কৰিব খুজিছিল সেই কাৰনেহে তেওঁ পদত্যাগ কৰিব লগা হ’ল! তেওঁ এতিয়াওঁ ::::::: অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰা নাই! Now Everything is open secret. আমাৰ বিশ্বাস আমাৰ কোনো এনে নিকৃষ্ট প্ৰতিবাদী নাই অসমত যে তেওঁ পদত্যাগ নকৰিলে তেওঁৰ জীয়াৰীক অপহৰণ কৰিব৷ ধিক্কাৰ দিছো এনে নিম্নৰুচিবোধ থকা নায়কক৷”

উল্লেখ কৰিব পাৰি যে পূৰ্বেও যতীন বৰাই কেনেকৈ দুৰ্দিনত বিজেপিক অৱজ্ঞা কৰিছিল আৰু সুদিনত বিজেপিত যোগদান কৰাই দিবলৈ তেওঁক খাটনি ধৰিছিল, সেই কাহিনীৰে এটা পোষ্ট দিছিল।

লগতে পঢ়ক “অভিনেতা” যতীন বৰাৰ সৈতে হোৱা এটা অভিজ্ঞতা বিৱৰি দিয়া মীৰা বৰঠাকুৰৰ ফেইচবুক পোষ্টে লগাইছে তোলপাৰ

বিদ্ৰোহী নেত্ৰী হিচাপে খ্যাত বৰঠাকুৰে সদায়ে অসমীয়া সমাজখন আৰু নাৰীৰ অধিকাৰ, সততাৰ কাষত থিয় হৈ বিভিন্ন সময়ত নিজৰ দলৰ নেতাৰ কুকীৰ্তি উদঙাই আহিছে।

“প্ৰত্যাহ্বানৰ ৰাজনীতি” নামৰ এখন গ্ৰন্থত তেওঁ বিজেপিৰ শীৰ্ষ নেতাৰ অশালীন প্ৰস্তাৱকে আদি কৰি একাধিক বিতৰ্কিত কাণ্ড উদঙাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd