• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NRCৰ নামত ধন বিচাৰি মুখ থেকেচা খালে সৰ্বা চৰকাৰে : মহাপঞ্জীয়কে অগ্ৰাহ্য কৰিলে চৰকাৰৰ প্ৰস্তাৱ

by
March 28, 2021 7:16 pm
Assam-NRC-696x392-1-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন উন্নীতকৰণৰ বাবে ধন বিচাৰি দিয়া আবেদন খাৰিজ কৰিছে ভাৰতৰ মহাপঞ্জীয়কে।

এনআৰচিৰ মুলতুবী কাম সম্পূৰ্ণ কৰিবলৈ বিত্তীয় সাহায্য অব্যাহত ৰখাৰ বাবে বিজেপিৰ নেতৃত্বাধীন অসম চৰকাৰে ভাৰতৰ মহা পঞ্জীয়কলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছিল।

Apply Now

কিন্তু মহা পঞ্জীয়কে অসম চৰকাৰৰ এই অনুৰোধ অগ্ৰাহ্য কৰি ৩১ মাৰ্চলৈ স্থগিত হৈ থকা এনআৰচিৰ কামসমূহ স্থায়ী চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা সম্পূৰ্ণ কৰিবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

মহাপঞ্জীয়কৰ মতে অসম চৰকাৰে এনআৰচিৰ উন্নীতকৰণৰ বাবে নিয়োগ কৰা অস্থায়ী কৰ্মচাৰীসকলক অব্যাহতি প্ৰদান কৰি চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা এনআৰচিৰ মুলতুবী কামসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পাদন কৰিব লাগিব।

ইফালে দেশৰ মহাপঞ্জীয়কে পূৰ্বে অসম চৰকাৰক এনআৰচি উন্নীতকৰণৰ বাবে সৃষ্টি কৰা সকলো আন্তঃগাঁথনি আৰু তথ্য ৰাষ্ট্ৰীয় সম্পত্তি হিচাপে কেন্দ্ৰক অপৰ্ণ কৰিবলৈও নিৰ্দেশ দিছিল।

উল্লেখ্য যে বিজেপি নেতৃত্বত অসম চৰকাৰে সমগ্ৰ প্ৰকল্পটোৰ বাবে আৱণ্টিত ১,৬০২.৬৬ কোটি টকাৰ উপৰিও স্থগিত হৈ থকা এনআৰচি কাম সম্পূৰ্ণ কৰিবলৈ অহা ৩১ মাৰ্চৰ পিছত প্ৰতি মাহে অতিৰিক্ত ৩.২২ কোটি টকা বিচাৰিছিল।

মহাপঞ্জীয়ক কাৰ্যালয়ৰ যুটীয়া সঞ্চালক যশপাল সিঙে ২৩ মাৰ্চৰ এখন পত্ৰত অসম সচিব (গৃহ আৰু ৰাজনৈতিক) এছ আৰ ভূঞাক কৈছিল, “এনআৰচি উন্নীতকৰণৰ বাকী থকা সকলো কাম ৩১ মাৰ্চ ২০২১ৰ ভিতৰত আঁচনিখনৰ অনুমোদিত ব্যয়ৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব আৰু ৩১ মাৰ্চ ২০২১ৰ পিছত আঁচনিখনৰ অধীনত কৰা ব্যয়ৰ বাবে আৰু পুঁজিৰ দিয়াৰ কোনো ব্যৱস্থা নাই।”

ইফালে এনআৰচি প্ৰকল্পটোৰ বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্ধাৰিত সময় আৰু ব্যয়ৰ বাহিৰে অতিৰিক্ত সময় আৰু ব্যয়ৰ কোনো প্ৰস্তাৱ লোৱা হোৱা নাই। মহাপঞ্জীয়কৰ কাৰ্যালয়ে লগতে কয় যে এনআৰচিৰ কামৰ বাবে উন্নতমানৰ ছফ্টৱেৰৰ প্ৰয়োজনীয়তা মূল্যয়ান কৰা হ’লেও অপ্ৰয়োজনীয় ছফ্টৱেৰৰ নৱীকৰণ তৎক্ষণাৎ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

আনহাতে ২০২১ চনৰ ৩১ মাৰ্চৰ পিছত অসম চৰকাৰে প্ৰতি মাহে ৩.২২ কোটি টকাৰ পুঁজিৰ যি প্ৰয়োজনীয়তা আছে বুলি কৈছে ‘সেই পৰিমাণ প্ৰয়োজনতকৈ অত্যধিক’ বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd