• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপি মন্ত্ৰীৰ নিদান! ঐশ্বৰ্য ৰায়ৰ দৰে চকু, ছাল পাবলৈ প্ৰতিদিনে খাওক মাছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2023 12:51 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ এগৰাকী বিজেপি মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য। এইবাৰ মহাৰাষ্ট্ৰৰ বিজেপি মন্ত্ৰী বিজয়কুমাৰ গাভিটে মাছক লৈ বিতৰ্কৰ সৃষ্টি কৰিলে। সকলোকে প্ৰতিদিনে মাছ খাবলৈ পৰামৰ্শ দি তেওঁ মন্তব্য কৰে যে, “প্ৰতিদিনে মাছ খাওক, অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ দৰে আপোনাৰ ছাল আৰু চকু ধুনীয়া হ’ব।” মহাৰাষ্ট্ৰৰ জনজাতি বিভাগৰ মন্ত্ৰীগৰাকীৰ মন্তব্য সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ জনজাতি বিভাগৰ মন্ত্ৰী বিজয়কুমাৰ গাভিট ৰাজ্যখনৰ নন্দুৰবাৰ জিলাত এখন ৰাজহুৱা সভালৈ গৈছিল। তাত ভাষণ দিওঁতে তেওঁ মাছ খোৱাক লৈ এই বিতৰ্কিত মন্তব্য কৰে। তাৰপিছতে তেওঁৰ মন্তব্য ভাইৰেল হ’বলৈ সময় নালাগিল।

লগতে পঢ়ক: কম বয়সীয়া মহিলাৰ মাজত বেছি স্তন কেন্সাৰৰ প্ৰৱণতা; এইমছৰ অধ্যয়নত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য

Apply Now

মন্ত্ৰীগৰাকীয়ে ঠিক কি ক’লে? ভাইৰেল ভিডিঅ’ত বিজেপিৰ মন্ত্ৰী বিজয়কুমাৰ গাভিটে সকলোকে মাছ খাবলৈ পৰামৰ্শ দি কয়, ‘যিসকলে দৈনিক মাছ খায় তেওঁলোকৰ ছাল মসৃণ আৰু চকু উজ্জ্বল। কোনোবাই যেতিয়া তোমাৰ ফালে চাব, তেতিয়া তেওঁলোক আকৰ্ষিত হ’ব।”

ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে ঐশ্বৰ্য ৰায়ৰ বিষয়ে উল্লেখ কৰি ক’লে, “ঐশ্বৰ্য ৰায় সাগৰৰ ওচৰৰ মেংগলুৰুত বাস কৰিছিল। প্ৰতিদিনে মাছ খাইছিল। তেওঁৰ চকু দুটা দেখিছানে? আপোনাৰো তেওঁৰ দৰেই  চকু হ’ব।”

মাছ খালে চকু আৰু ছাল ধুনীয়া হ’ব বুলি কোৱাতেই থমকি ৰোৱা নাই বিজেপি মন্ত্ৰীগৰাকীয়ে। কিয় ধুনীয়া হ’ব সেই কথাও বুজাই দিলে। ৬৮ বছৰীয়া গাভিটে কয়, “মাছত কিছুমান তেল থাকে। ই আপোনাৰ ছালখন মসৃণ কৰি তুলিব।”

লগতে পঢ়ক: হাস্পাতালত ৭ টা নৱজাতকক হত্যা কৰা নাৰ্ছক যাৱজ্জীৱন কাৰাদণ্ড; কিয় তেওঁ এনে কাণ্ড কৰিছিল?

অৱশ্যে বিজয় কুমাৰ গাভিটে এনে মন্তব্য কৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। মহাৰাষ্ট্ৰৰ এনচিপিৰ বিধায়ক আমোল মিতকাৰীয়ে কয় যে মন্ত্ৰীগৰাকীয়ে এনে ‘তুচ্ছ’ মন্তব্য কৰাৰ পৰিৱৰ্তে আদিবাসীসকলৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিব লাগে। আকৌ বিজেপিৰ বিধায়ক নিতেশ ৰাণে কটুক্তিৰে কয়, ‘মই প্ৰতিদিনে মাছ খাওঁ। মোৰ চকু দুটা ঐশ্বৰ্য ৰায়ৰ দৰে হোৱা উচিত। এই সন্দৰ্ভত কিবা গৱেষণা হৈছে নেকি মই গাভিট ডাঙৰীয়াক সুধিম।”

म्हणून ऐश्वर्या रॉयचे Aishwarya Rai डोळे आणि त्वचा सुंदर आहे – आदिवासी विकास मंत्री VijayKumar Gavit#vijaykumargavit #aishwaryaraibachchan #aishwaryarai #adiwasi #maxmaharashtra@AishwaryaWeb @DrVijayKGavit pic.twitter.com/2kFhmgSRBk

— Max Maharashtra (@MaxMaharashtra) August 21, 2023

আনহাতে, মহাৰাষ্ট্ৰ মহিলা আয়োগে মন্ত্ৰীগৰাকীৰ এনে মন্তব্যক মহিলাৰ প্ৰতি অসন্মানজনক বুলি অভিহিত কৰে। মহাৰাষ্ট্ৰ মহিলা আয়োগৰ মুৰব্বী ৰূপালী কাক্কাৰে কয় যে কোনো ধৰণৰ মন্তব্য কৰাৰ পূৰ্বে জনপ্ৰতিনিধিসকলে সমাজত ইয়াৰ প্ৰভাৱৰ বিষয়ে সাৱধান হ’ব লাগে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা মন্তব্য সন্দৰ্ভত মহাৰাষ্ট্ৰ মহিলা আয়োগে মন্ত্ৰী গাভিটৰ পৰাও এক প্ৰতিবেদন বিচাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd