• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ দিনত কোনো সংগঠনৰ দাদাগিৰি নচলিব : বিধায়ক তেৰছ গোৱালা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2019 10:53 am
Terash_Gowalla

বিধায়ক তেৰছ গোৱালা। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমত বিজেপি চৰকাৰৰ কাৰ্যকালত কোনো সংগঠনৰ দাদাগিৰি নচলিব।‘ এই মন্তব্য দুলীয়াজানৰ বিজেপি বিধায়ক তেৰছ গোৱালাৰ।

অইল ইণ্ডিয়া লিমিটেড আৰু অসম ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ যুটীয়া প্ৰকল্প ৰূপান্তৰৰ উদ্যোগত টিপলিংস্থিত প্ৰশিক্ষণ কেন্দ্ৰত শুকুৰবাৰে আয়োজিত হিতাধিকাৰীৰ মাজত সামগ্ৰী বিতৰণ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা গোৱালাই ভাষণ প্ৰসংগত এইদৰে মন্তব্য কৰে।

Apply Now

দল-সংগঠনসমূহৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা গোৱালাই  কয় যে অইল ইণ্ডিয়া লিমিটেডক বিভিন্ন সময়ত বাধা দিবলৈ নিবিদাযোগে সংগঠনসমূহক ঠিকা দিয়া হোৱা নাই। সংগঠনসমূহে অইল ইণ্ডিয়াত কাম কৰিবলৈ অহা বিভিন্ন কোম্পানীক উগ্ৰপন্থীৰ দৰে হেঁচা দি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

ইপিনে, তৈলক্ষেত্ৰসমূহৰ ব্যক্তিগতকৰণৰ প্ৰসংগত গোৱালাই কয় যে জ্ঞান নথকাকৈ বা নজনা-নুবুজাকৈ তৈলক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডক গতাই দিয়া নাই। ইয়াক লৈ সংগঠনসমূহে অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ কোনো যুক্তি নাই বুলি কৈ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কোনো সংগঠনে অনাহকত বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিলে ইয়াৰ বিৰুদ্ধে ৰাইজক ওলোটাই প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।

আনহাতে, উক্ত সভাত উপস্থিত থাকি নতুনকৈ কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰা ৰামেশ্বৰ তেলীয়ে অইলক ৰাইজৰ উদ্যোগ বুলি অভিহিত কৰি ইয়াক জীয়াই ৰখাটো ৰাইজৰে দায়িত্ব বুলি মন্তব্য কৰে।

সভাখনত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ, জিলা পৰিষদৰ অধ্যক্ষ ডেইজী শ্যাম ফুকন, অইলৰ আৱাসিক মুখ্য বিষয়া প্ৰানজিৎ ডেকা, প্ৰজেক্ট ৰূপান্তৰৰ অধ্যক্ষ বিমল দত্ত, অইলৰ জনসম্পৰ্কৰক্ষী বিষয়া দিলীপ ভূঞাকে ধৰি হিতাধিকাৰী তথা বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd