DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘তবলিগী জামাতৰ আত্মগোপন কৰা সদস্যসকলক গুলীয়াই হত্যা কৰিব লাগে’; বিজেপিৰ বিধায়কে ৰেণুকাচাৰ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2020 2:48 pm
renukachary

বিজেপি বিধায়ক ৰেণুকাচাৰ্য (ফাইল ফ'টো)

3.8k
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকৰ বিজেপি বিধায়ক তথা মুখ্যমন্ত্ৰী বি এছ য়েড্ডিয়ুৰুপ্পাৰ ৰাজনৈতিক সচিব এম পি ৰেণুকাচাৰ্যৰ এক বিতৰ্কিত মন্তব্য দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিধয়াক ৰেণুকাচাৰ্যই কয় যে, ক’ৰ’না ভাইৰাছ সংক্ৰণৰ হটস্পট নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাত অংশগ্ৰহণ কৰি চিকিৎসা নকৰাকৈ আত্মগোপন কৰি থকা জামাতিসকলক গুলীয়াই হত্যা কৰিব লাগে।

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ডেকান হেৰাল্ডৰ আগত ৰেণুকাচাকৰ্যই কয় যে ক’ৰ’না ভাইৰাছ হৈছে একপ্ৰকাৰৰ সন্ত্ৰাসবাদ, আৰু ‘যিসকলে এই ভাইৰাছক সংক্ৰমিত কৰোৱাই আছে তেওঁলোক হৈছে বিশ্বাসঘাটক’।

তেওঁ লগেত কয় নিজামুদ্দিন মাৰ্কাজ তবলিগী জামাত অশংগ্ৰহণকাৰীসকলক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আহ্বান জনোৱাৰ পিছতো চিকিৎসকৰ কাষ নাচাপি আত্মগোপন কৰি থকাসকলক চৰকাৰে সুৰক্ষা দিয়াৰ কোনো প্ৰয়োজন নাই। তেওঁলোকক গুলীয়াই হত্যা কৰাতো কোনো ভুল হব নোবাৰে।

অৱশ্যে ৰেণুকাচাৰ্যই নিজকে মুছলমান বিৰোধী নহয় বুলি দাবী কৰি কৈছে যে ইয়াৰ বাবে সকলো সংখ্যালঘুকে দায়ী কৰা হোৱা নাই। তেওঁ কেৱল তবলিগী জামাতত অংশগ্ৰহণ কৰা জামাতিসকলহে বিৰুদ্ধাচৰণ কৰিছে বুলি জনায়।

ইফালে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে কয় যে এনে বিক্ষিপ্ত ঘটনাৰ বাবে সমগ্ৰ সম্প্ৰদায়টোকে দোষাৰূপ কৰা উচিত নহয়। লগতে তেওঁ কয় ‘কোনোৱেই মুছলমানৰ বিৰুদ্ধে এটাও শব্দ উচ্চাৰণ কৰিব নোৱাৰিব। সকলোকে সকিয়াই দিয়া হৈছে। কিছুমান বিক্ষিপ্ত ঘটনাৰ বাবে সমগ্ৰ মুছলমান সম্প্ৰদায়কে কোনোবাই দোষ জাপি দিলে তেওঁৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা  গ্ৰহণ কৰা হ’ব।’ মুখ্যমন্ত্ৰী য়েড্ডিয়ুৰুপ্পাই কয়।

অৱশ্যে কৰ্ণাটক চৰকাৰে ৰেণুকাচাৰ্য বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Tags: COVID-19

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd