• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিৱা স্বায়ত্ত পৰিষদ দখলৰ দিশে গেৰুৱা বাহিনী : বিজয়ী প্ৰাৰ্থীক লৈ ওখল-মাখল মৰিগাঁও চহৰ

NE NOW NEWS চানু গগৈ
মৰিগাঁও , December 19, 2020 2:24 pm

1 min read

index.jpga
375
VIEWS
Share on FacebookShare on Twitter

তিৱা স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনত ৩৬ টা সংসদীয় পৰিষদত বিজেপিয়ে ১৭খন আখনত বিজয়ী হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি ১ নং জমাদাৰী বিজেপি প্ৰাৰ্থী দুলাল বহ্মই ২,৩৬৩ টা ভোট লাভ কৰি তেঁওৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ নন্দেশ্বৰ বৰদলৈক পৰাভূত কৰে।

আনহাতে, ৩নং ঢেকিফলা সমষ্টিটো বিজেপি প্ৰাৰ্থী বীণাপানী বৰদলৈয়ে ৩,১৮১ টা ভোট লাভ কৰি কংগ্ৰেছ প্ৰাৰ্থী বন্দনা পাটৰক পৰাভূত কৰে।

ঠিক তেনেদৰে ৩ নং ভূৰবন্ধা (এছটি) বিনয় কোঁৱৰে ৪,২০৮ টা ভোট লাভ কৰি তেৱঁৰ নিকটতম কংগ্ৰেছৰ নিতুল কোঁৱৰক চেৰ পেলাই সমষ্টিটো হস্তগত কৰিবলৈ সক্ষম হয়।

আনহাতে ৭ নং গড়মাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী মৰমী বৰদলৈয়ে কংগ্ৰেছৰ ৰুনামণি বৰদলৈক পৰাভূত কৰি বিজয়ী হ’বলৈ সক্ষম হৈছে।

সেই একে ধাৰাৰে ১১ নং জোনবিল সমষ্টিটো বিজেপি প্ৰাৰ্থী বিনীতা দৈমাৰীয়ে আসনখন আজুৰি আনিবলৈ সক্ষম হয়।

ইয়াৰ উপৰি প্ৰাক্তন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৯ নং দমাল সমষ্টিটো ৩,২৬৩টা ভোট লাভ কৰি বিজয়ধাৰা অক্ষুণ্ণ ৰাখে।

এই প্ৰতিবেদন যুগুত কৰালৈকে ভোট গণনা অব্যাহত আছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd