• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ওমৰ খালিদলৈ মামদানীৰ পত্ৰক ‘আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ’ আখ্যা বিজেপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2026 5:41 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লী: নিউয়ৰ্কৰ নবনিযুক্ত মেয়ৰ জোহৰাণ মামদানীয়ে কাৰাৰুদ্ধ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদলৈ লিখা এখন পত্ৰক লৈ শুকুৰবাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। বিজেপিয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতে নিজৰ আভ্যন্তৰীণ বিষয়ত কোনো বিদেশী শক্তিৰ হস্তক্ষেপ সহ্য নকৰে।

দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ ভাটিয়াই কয়, “ভাৰতৰ ন্যায়িক প্ৰক্ৰিয়া আৰু আভ্যন্তৰীণ বিষয়ত বাহিৰৰ কোনো ব্যক্তিৰ মন্তব্য বা হস্তক্ষেপ গ্ৰহণযোগ্য নহয়। ভাৰতৰ প্ৰতিজন নাগৰিকৰ দেশৰ ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে।”

Apply Now

ভাটিয়াই প্ৰশ্ন উত্থাপন কৰি কয়, “ভাৰতক টুকুৰা-টুকুৰ কৰিব বিচৰা এজন অভিযুক্তৰ সমৰ্থনত কোনো বাহিৰৰ ব্যক্তিয়ে আমাৰ গণতন্ত্ৰৰ ওপৰত প্ৰশ্ন তুলিব নোৱাৰে। ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ১৪০ কোটি ভাৰতীয় একগোট হৈ থিয় দিব।”

উল্লেখ্য যে, ২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষৰ গোচৰত ইউএপিএ (UAPA)-ৰ অধীনত বন্দী হৈ থকা ওমৰ খালিদলৈ জোহৰাণ মামদানীয়ে এখন হাতে লিখা চিঠি প্ৰেৰণ কৰিছিল। ২০২৫ চনৰ ডিচেম্বৰত খালিদৰ পিতৃ-মাতৃয়ে আমেৰিকা ভ্ৰমণ কৰোঁতে মামদানীয়ে এই পত্ৰখন তেওঁলোকক দিছিল। যোৱা বৃহস্পতিবাৰে মামদানীয়ে নিউয়ৰ্কৰ মেয়ৰ হিচাপে শপত গ্ৰহণ কৰাৰ দিনাই এই পত্ৰখন ৰাজহুৱা কৰা হয়।

মামদানীয়ে চিঠিখনত লিখিছে, “প্ৰিয় ওমৰ, মই প্ৰায়েই তোমাৰ সেই কথাবোৰ ভাবোঁ, বিশেষকৈ মনত তিক্ততা ৰাখি নিজক ধ্বংস হ’বলৈ নিদিয়াৰ যি গুৰুত্ব, সেই বিষয়ে। তোমাৰ পিতৃ-মাতৃক লগ পাই সুখী হৈছোঁ। আমরা সকলোৱে তোমাৰ কথা ভাবি আছোঁ।”

মন কৰিবলগীয়া যে কেৱল জোহৰাণ মামদানীয়েই নহয়, আমেৰিকাৰ ৮ গৰাকী সাংসদৰ এটা দলেও ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় কোৱাট্ৰালৈ পত্ৰ প্ৰেৰণ কৰিছে। ওমৰ খালিদৰ জামিন আৰু আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি “ন্যায্য তথা সময়োপযোগী বিচাৰ”ৰ দাবী জনাই পত্ৰ প্ৰেৰণ কৰা এই সাংসদসকলৰ ভিতৰত জিম মেকগভাৰ্ণ আৰু জেমী ৰাস্কিন অন্যতম।

আমেৰিকাৰ সাংসদসকলে প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰিছে যে, “আমেৰিকা আৰু ভাৰতৰ মাজত এক দীৰ্ঘদিনীয়া কৌশলগত অংশীদাৰিত্ব আছে, যি গণতান্ত্ৰিক মূল্যবোধ, সাংবিধানিক শাসন আৰু জনসাধাৰণৰ মাজৰ শক্তিশালী সম্পৰ্কৰ ভেটিত গঢ় লৈ উঠিছে।” সাংসদসকলে লগতে কয় যে বিশ্বৰ দুই বৃহৎ গণতন্ত্ৰ হিচাপে দুয়োখন দেশৰ স্বাধীনতা, আইনৰ শাসন, মানৱ অধিকাৰ আৰু বহুত্ববাদ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত এক উমৈহতীয়া স্বাৰ্থ আছে। ওমৰ খালিদক দীৰ্ঘদিন ধৰি কাৰাগাৰত আৱদ্ধ কৰি ৰখাৰ বিষয়ত তেওঁলোকে গভীৰ উদ্বেগ প্ৰকাশ কৰে।

পত্ৰখনত আৰু কোৱা হৈছে যে খালিদক ‘বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন’ অৰ্থাৎ ইউএপিএ (UAPA)-ৰ অধীনত বিগত প্ৰায় পাঁচ বছৰ ধৰি জামিন অবিহনে আটক কৰি ৰখা হৈছে। সাংসদসকলে সোঁৱৰাই দিয়ে যে স্বতন্ত্ৰ মানৱ অধিকাৰ বিশেষজ্ঞসকলে ইতিমধ্যে সকীয়াই দিছে যে, এই ধৰণৰ দীৰ্ঘদিনীয়া আটকে আইনৰ আগত সমতা, সঠিক ন্যায়িক প্ৰক্ৰিয়া আৰু আনুপাতিকতাৰ দৰে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড উলংঘা কৰাৰ আশংকা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd