• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজ্ঞাপনৰ নামত গুগলত বিজেপিৰ ১০০ কোটি টকাৰো অধিক ব্যয়! গেৰুৱা শিবিৰে দেশত গঢ়ি তুলিলে নতুন নজিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2024 9:36 am
861
VIEWS
Share on FacebookShare on Twitter

সময়ৰ লগে লগে সলনি হৈছে নিৰ্বাচনী প্ৰচাৰৰ শৈলী। দেৱাল লিখন, ৰাজহুৱা সভা আদিৰ উপৰিও প্ৰচাৰ অভিযানত ডিজিটেল প্লেটফৰ্মৰ গুৰুত্ব দিনক দিনে বাঢ়িছে। আৰু বিজেপিয়ে সেই অনলাইন মাধ্যমৰ সৰ্বাধিক ব্যৱহাৰ কৰিছে। গেৰুৱা শিবিৰে গুগল আৰু ইউটিউবত ১০০ কোটিতকৈ অধিক টকাৰ বিজ্ঞাপন দিছে।বিজেপি দেশৰ প্ৰথমটো ৰাজনৈতিক দল যিয়ে বিজ্ঞাপনত ইমান টকা খৰচ কৰিছে।

২০১৮ চনৰ ৩১ মে’ৰ পৰা বিশ্বৰ প্ৰথম স্থানত থকা চাৰ্চ ইঞ্জিনে গুগল এডছ ট্ৰেন্সপাৰেন্সি ৰিপ’ৰ্ট দাখিল কৰিবলৈ আৰম্ভ কৰে। ৩১মে’ৰ পৰা ২৫ এপ্ৰিললৈকে এই দেশৰ ৰাজনৈতিক দলসমূহে ৩৯০ কোটিৰ বিজ্ঞাপন গুগলত ৰাখিছে। ইয়াৰে ২৬ শতাংশ গেৰুৱা শিবিৰৰ বিজ্ঞাপন। কেৱল বিজেপিয়ে গুগল আৰু ইউটিউবত ১০১ কোটি টকা মূল্যৰ বিজ্ঞাপন দিছে।

গুগলৰ পৰিসংখ্যা অনুসৰি এই তালিকাত দ্বিতীয় স্থানত আছে কংগ্ৰেছ। ৬ বছৰত গুগলত অনলাইন বিজ্ঞাপনৰ বাবে ৪৫ কোটি টকা ব্যয় কৰিছে কংগ্ৰেছে। তিনি নম্বৰ স্থানত থকা ডি এম কেয়ে এই পৰ্যন্ত ৪২ কোটি অনলাইন বিজ্ঞাপন দিছে। তাৰ পাছত বি আৰ এছ (১২ কোটি টকা), প্ৰশান্ত কিশোৰৰ ইণ্ডিয়ান পলিটিকেল একচন কমিটি (৬.৪ কোটি টকা), ৱাই এছ আৰ কংগ্ৰেছ (৬.৪ কোটি টকা) আৰু তৃণমূল কংগ্ৰেছ (৬.৪ কোটি টকা)।

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ শেষত দেখা গ’ল যে বিজেপিয়ে মেটা আৰু গুগলৰ সৈতে সংযুক্ত অনলাইন বিজ্ঞাপনত ১৪.৭ কোটি টকা ব্যয় কৰিছিল। য’ত কংগ্ৰেছে খৰচ কৰিছিল ১২.৩ কোটি টকা। বিজেপিৰ ৮১ শতাংশ বিজ্ঞাপন গুগলত ৰখাৰ বিপৰীতে কংগ্ৰেছেও গৰিষ্ঠসংখ্যক ক্ষেত্ৰত গুগলক বাছি লৈছিল।ইফালে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ১৮ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈকে গুগলত সৰ্বাধিক বিজ্ঞাপন দিছে কংগ্ৰেছে। ৭ দিনত কংগ্ৰেছে ৫.৭ কোটি আৰু বিজেপিয়ে ৫.৩ কোটি টকা খৰচ কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd