• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Poll Expenditure পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ২৫২কোটি টকা খৰচ কৰিছে বিজেপিয়ে; অসমত কিমান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2021 11:05 am
a-amit-640x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Poll Expenditure বৰ্তমান দেশৰ আটাইতকৈ ধনী ৰাজনৈতিক দল হৈছে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)। কেন্দ্ৰত শাসনাধীষ্ঠ এই দলটোৱে যোৱা পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ব্যয় কৰা বিশাল ধনৰাশিৰ হিচাপ পোহৰলৈ আহিছে।

অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পদুচেৰী এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে মুঠ ২৫২কোটি টকা খৰচ কৰিছে।

প্ৰকাশিত তথ্য অনুসৰি বিজেপিয়ে পশ্চমিবংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছক শাসনৰ পৰা বিতাৰিত কৰাৰ প্ৰচেষ্টাৰে নিৰ্বাচনত এই পাঁচখন ৰাজ্যৰ মুঠ ব্যয়ৰ ৬০শতাংশ ধনেই খৰচ কৰিছিল পশ্চিমবংগত।

Apply Now

নিয়ম অনুসৰি নিৰ্বাচন আয়োগক দাখিল কৰা তথ্যত বিজেপিয়ে জানিবলৈ দিয়া মতে দলটোৱে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত মুঠ ২৫২কোটি ২লাখ ৭১হাজাৰ ৭৫৩টকা খৰচ কৰিছে।

Also Read: Assam water project named after Pakistan পাকিস্তানৰ নামেৰে অসমত পানী যোগান আঁচনি! বিতৰ্কত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্প

একেসময়তে নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচখন ৰাজ্যৰ ভিতৰত বিজেপিয়ে অকল পশ্চিমবংগতেই প্ৰায় ১৫১কোটি টকা খৰচ কৰাৰ বিপৰীতে বাকী চাৰিখন ৰাজ্যত খৰচ কৰিছিল প্ৰায় ১০১কোটি টকা।

নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনৰে পৰা পশ্চিমবংগত বিজেপিৰ শীৰ্ষ নেতাসকল প্ৰায় উবুৰি খাই পৰিছিল। ৰাজ্যখনলৈ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীৰ সোঁত বোৱাই নহয়, প্ৰধানমন্ত্ৰীয়েও আনকি কেইবাবাৰো ৰাজ্যখনলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছিল।

ইমান ব্যয় কৰাৰ পাছত বিজেপিয়ে শাসন ক্ষমতা নাপালে যদিও বিৰোধী দলৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়।

Also Read: Kangana Ranaut কথাতে কটা যায় কথাতে বঁটা পায়! পুনৰ কি কথাৰে বিতৰ্কত সোমাই পৰিল অভিনেত্ৰী কংগনা ৰাণাৱট?

আনহাতে, অসমত ক্ষমতা ধৰি ৰখাৰ স্বাৰ্থত বিজেপিয়ে নিৰ্বাচনটোত খৰচ কৰিছিল ৪৩কোটি ৪১লাখ টকা। ইমান টকা খৰচ কৰি হ’লেও বিজেপিয়ে অৱশ্যে অসমত শাসন-ক্ষমতা ধৰি ৰখাত সফল হয়।

কেৰালাতো বাওঁপন্থী চৰকাৰক ক্ষমতাৰ পৰা অঁতৰাবলৈ চেষ্টা চলাই বিজেপিয়ে খৰচ কৰিছিল ২৯কোটি ২৪লাখ টকা। কিন্তু ইয়াত বিজেপি সম্পূৰ্ণৰূপে ব্যৰ্থ হয়।

Also Read: Covid Vaccination Drive ঘৰে ঘৰে চলাব সমীক্ষা; ধুবুৰীত প্ৰতিজন লোকক ভেকচিন প্ৰদানৰ তৎপৰতা জিলা প্ৰশাসনৰ

যোৱা নিৰ্বাচনটোত তামিলনাডুত এআইএডিএমকেৰ পৰা পৰা ক্ষমতা আজুৰি নিয়ে ডিএমকেই। তামিলনাডুত মাত্ৰ ২.৯শতাংশ ভোট লাভ কৰা বিজেপিয়ে খৰচ কৰিছে ২২কোটি ৯৭লাখ টকা।

ইপিনে, ক্ষমতা দখল কৰিবলৈ সক্ষম হোৱা পদুচেৰীত বিজেপিয়ে খৰচ কৰিছে ৪কোটি ৭৯লাখ টকা।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd