DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Covid Vaccination Drive ঘৰে ঘৰে চলাব সমীক্ষা; ধুবুৰীত প্ৰতিজন লোকক ভেকচিন প্ৰদানৰ তৎপৰতা জিলা প্ৰশাসনৰ

মুকেশ কুমাৰ সিং, ধুবুৰী by মুকেশ কুমাৰ সিং, ধুবুৰী
November 12, 2021 9:51 am
WhatsApp Image 2021-11-11 at 8.59.02 PM

ফটো: নৰ্থইষ্ট নাও।

138
VIEWS
Share on FacebookShare on Twitter

Covid Vaccination Drive দেশৰ প্ৰতিজন লোকক কোভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে গৈ সমীক্ষা চলাই বাদ পৰাসকলক প্ৰতিষেধক দিয়া হ’ব বুলি কৰা ঘোষণাৰ পিছতে ধুবুৰী জিলাতো প্ৰশাসনে যাবতীয় পদক্ষেপ গ্ৰহণ কৰিছে৷

ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি ঘৰে ঘৰে গৈ বিভিন্ন কাৰণত কোভিড ভেকচিন নোলোৱা লোকক বিচাৰি উলিওৱাৰ বাবে আৰম্ভ কৰা হৈছে এক সমীক্ষা৷

বি এল অ’, আশা আৰু অংগনবাড়ী কৰ্মীসকলে জিলাখনৰ প্ৰতিখন ঘৰলৈ গৈ প্ৰতিষেধক নোলোৱা ব্যক্তিক বিচাৰি উলিয়াব৷

তেওঁলোকৰ কামৰ তত্বাৱধান কৰিব বি এল অ’ ছুপাভাইজাৰ, আশা ছুপাভাইজাৰ আৰু অংগনবাড়ী ছুপাভাইজাৰসকলে৷

Also Read: Assam water project named after Pakistan পাকিস্তানৰ নামেৰে অসমত পানী যোগান আঁচনি! বিতৰ্কত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্প

বৃহস্পতিবাৰে ধুবুৰী জিলা পুথিভড়ালৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ছুপাৰভাইজৰসকলক এই সন্দৰ্ভত যাবতীয় নিৰ্দেশনা আৰু প্ৰশিক্ষণ দিয়া হয়৷

অনুষ্ঠানত ছুপাভাইজাৰসকলৰ কাম তদাৰকৰ দায়িত্বত থকা ছেক্টৰ বিষয়া তথা সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া আৰু ছেক্টৰ বিষয়াসকলৰ তত্বাৱধায়কৰ দায়িত্বত থকা জ’নেল বিষয়া তথা ধুবুৰী জিলাৰ ৰাজহ চক্ৰ বিষয়াসকল উপস্থিত থাকে৷

অনুষ্ঠানত বিষয়া আৰু ছুপাভাইজাৰসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী আৰু ভেকচিনৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে৷

Also Read:Covid Update ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

অতিৰিক্ত উপায়ুক্ত দাসে সদৰি কৰা মতে বি এল অ’, আশা আৰু অংগনবাড়ী কৰ্মীসকলে সমীক্ষা কৰি ভেকচিন নোলোৱা ব্যক্তিৰ তালিকা অহা ২১ নৱেম্বৰৰ ভিতৰত দাখিল কৰিব৷ এই তালিকাৰ আধাৰত ২২ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ বাদ পৰি যোৱাসকলক প্ৰতিষেধক দিয়া হ’ব৷

Recent News

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 02 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Tulasi Ojha passes away: বিশিষ্ট লোকশিল্পী, ঢোলৰ যাদুকৰ তুলসী ওজাৰ বিয়োগ; মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনৰ শোকপ্ৰকাশ

Tulasi Ojha passes away: বিশিষ্ট লোকশিল্পী, ঢোলৰ যাদুকৰ তুলসী ওজাৰ বিয়োগ; মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনৰ শোকপ্ৰকাশ

2022 Maruti Suzuki Brezza: দাম বেছি নহয়! মধ্যবিত্তৰ বাবে মাৰুতিয়ে বজাৰলৈ আনিলে নতুন SUV

2022 Maruti Suzuki Brezza: দাম বেছি নহয়! মধ্যবিত্তৰ বাবে মাৰুতিয়ে বজাৰলৈ আনিলে নতুন SUV

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd