• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২১ত অসমত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব: বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

NE NOW NEWS নিখিল মুন্দ্ৰা
হোজাই , September 14, 2020 8:36 am

1 min read

1-7-1140x570

হোজাইত দেওবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফটো: নৰ্থইষ্ট নাও

511
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দেওবাৰে হোজাইত কয় যে ৰাজ্যখনত ২০২১ত বিজেপিয়েই চৰকাৰ গঠন কৰিব।

যুগল কিশোৰ কেডিয়া স্মৃতি ভৱনত অনুষ্ঠিত হোজাই জিলা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমখন কাৰ্যৱাহী সভাত যোগদান কৰাৰ বাবে হোজাইত উপস্থিত হৈছিল ৰঞ্জিত দাস।

সংবাদ মাধ্যমৰ আগত দাসে কয়,’’ৰাজ্যখনত দুই কোটি ভোটাৰ আছে আৰু যদি ইয়াৰে ৭৫শতাংশ ভোটাৰে ভোটদান সাৱ্যস্ত কৰে তেতিয়া ১.৫কোটি ভোট হ’ব।‘’

‘’আমাৰ ৪২লাখ স্বেচ্ছাসেৱক আছে আৰু আমাৰ স্বেচ্ছাসেৱকসকলে যদি তেওঁলোকৰ আত্মীয় তথা বন্ধুসকলক আমাৰ পক্ষত আনিব পাৰে তেতিয়াহ’লে ইয়াৰ অনুপাত দ্বিগুণ অৰ্থাৎ ৮৪লাখ হ’ব,’’-তেওঁ কয়।

‘’৮৪লাখ লোকৰ ভোট কোনো বাধা নোহোৱাকৈ এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ যথেষ্ট,’’-তেওঁ লগতে কয়।

কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰতা সম্পৰ্কত ক’বলৈ গৈ দাসে কয়,’’যদি কংগ্ৰেছ আৰু এআইয়ুডিএফ একেলগ হয় তেতিয়া আমাৰ বাবে সুবিধা হ’ব।’’

‘’মিত্ৰতাৰ বাবে তেওঁলোকে আনকি তেওঁলোক ক্ষমতাত থকা সেই সমষ্টিবোৰো হেৰুৱাব,’’-তেওঁ লগতে কয়।

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে কয় যে বৰ্তমানৰ বিধায়কসকলক প্ৰাৰ্থিত্ব দিয়াৰ পূৰ্বে দলে এক সমীক্ষা চলাব আৰু যদি সমীক্ষাৰ প্ৰতিবেদন সন্তোষজনক হয় তেতিয়াহে তেওঁলোকে প্ৰাৰ্থিত্ব লাভ কৰিব।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd