• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিচি নিৰ্বাচনত বিজেপিয়ে অকলেই ২০ খনতকৈ অধিক আসন লাভ কৰিব : ভৱেশ কলিতা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 14, 2020 12:50 pm

2 min read

Bhabesh kalita

ভৱেশ কলিতাৰ ফাইল ফটো

5.8k
VIEWS
Share on FacebookShare on Twitter

‘‘বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলে ২০ খনতকৈ অধিক আসন লাভ কৰি পৰিষদ গঠন কৰিব,’’ ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি এই দাবী কৰে মন্ত্ৰী ভৱেশ কলিতাৰ।

বিটিআৰত শক্তিশালী ৰূপত বিজেপিয়ে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি উল্লেখ কৰি বিপিএফৰ লগত মিত্ৰতা থাকিলেও সংগঠনৰ শক্তি বুজিবলৈ বিজেপিয়ে অকলে খেলিব নিৰ্বাচন বুলি কলিতাই মন্তব্য কৰে।

৪০ টা পৰিষদীয় সমষ্টিতে বিজেপিয়ে প্ৰাৰ্থী দিব বুলিও কলিতাই লগতে সদৰী কৰে।

আনহাতে, বিটিচি নিৰ্বাচনত ৪০০ত কৈ অধিক লোকে প্ৰাৰ্থীত্ব বিচাৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী ভৱেশ কলিতাই ইতিমধ্যে দলৰ মন্ত্ৰী তথা সাংসদ সকলে জৰীপ আৰম্ভ কৰি বিজয়ী হোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থীক প্ৰাৰ্থীত্ব আবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি কয়।

তদুপৰি, অহা ১৬ মাৰ্চত বিটিচি নিৰ্বাচনলৈ বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ’ব বুলিও তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

‘‘বিটিআৰত বছৰ বছৰ ধৰি বিজেপিৰ কাৰ্য্যকৰ্তা বিমুখ হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত আমি অকলে নিৰ্বাচন খেলিম,’’ মন্ত্ৰী ভৱেশ কলিতাই লগতে কয়।

হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ চুক্তিক বিৰোধ কৰা সন্দৰ্ভতো মত ব্যক্ত কৰি কলিতাই বিজেপিয়ে এই চুক্তিক সন্মান কৰে বুলি মত প্ৰকাশ কৰে।

‘‘হাগ্ৰামা মহিলাৰীৰ মন্তব্য ব্যক্তিগত। বিটিআৰৰ শান্তি আৰু উন্নয়ণ আমাৰ মূল ইছ্যু। নিৰ্বাচনত অগপক আমাক সহায় কৰিব আৰু আমি ৩০ খন আসনো লাভ কৰিব পাৰো,’’ ভৱেশ কলিতাই লগতে কয়।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd