DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

গেৰুৱাময় অৰুণাচল; বিজেপিৰ দখলত লোকসভা, বিধানসভা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2019 11:52 am
Arunachal BJP

অৰুণাচলত বিজেপি সমৰ্থকৰ উছাহ

4k
VIEWS
Share on FacebookShare on Twitter

২৩ মে’ত প্ৰকাশ পোৱা লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে সমগ্ৰ দেশত অভূতপূৰ্ব সফলতা লাভ কৰাৰ সমান্তৰালভাৱে উত্তৰ-পূবৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ দুয়োখন আসনতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।

অৰুণাচলৰ দুখন লোকসভাৰ আখন অৰুণাচল পূব আৰু অৰুণাচল পশ্চিমত দুয়োগৰাকী বিজেপি প্ৰাৰ্থী ক্ৰমে টাপিৰ গাও আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজু বিজয়ী হয়।

অৰুণাচল পূব সমষ্টিত বিজেপিৰ টাপিৰ গাৱে কংগ্ৰেছৰ ল’ৱাংচা ৱাংলাটক ৬৯.৯৪৮ টা আৰু অৰুণাচল পশ্চিমত ৰিজিজুৱে কংগ্ৰেছৰ নাবাম টুকীক ১,৫৪,৫৬১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

অৰুণাচল পূব সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকীয়ে ভোটদান হোৱা মুঠ ২,৯৩,৭৮১ টা ভোটৰ ভিতৰত ৫২.৩৮ শতাংশ হাৰেৰে ১,৫৩,৮৮৩ টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ২৮.৫২ শতাংশ হাৰেৰে মুঠ ৮৩,৯৩৫ টা ভোট লাভ কৰিবলৈ সক্ষময় হয়।

আনহাতে, অৰুণাচল পশ্চিম সমষ্টিত ভোটদান হোৱা মুঠ ৩,১৬,৮৭২ টা ভোটৰ ভিতৰত বিজেপিৰ বিজয়ী প্ৰাৰ্থী ৰিজিজুৱে ৬৩.৬২ শতাংশ হাৰেৰে মুঠ ২,০১,৬০২ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ পৰাজিত প্ৰাৰ্থী নবাম টুকীয়ে ১৪.৬৫ শতাংশ হাৰেৰে মাত্ৰ ৪৬,৪৩১ টা ভোট লাভ কৰিবলৈ সক্ষম হয়।

অৰুণাচল প্ৰদেশত লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে ৰাজ্যখনৰ ৬০ খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। বৰ্তমানলৈ(১১.৪৫ অহ্ন) ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি বিজেপিয়ে ৰাজ্যখনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে।

বৰ্তমানলৈ ঘোষণা কৰা ৫৪ খন আসনৰ ফলাফলত বিজেপিয়ে ৩৩ খন আসনত জয়লাভ কৰাৰ উপৰি ২ খন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু কংগ্ৰেছে ৪ খন আসনত জয়লাভ কৰিছে।

তদুপৰি, ৰাজ্যখনত নতুনকৈ আত্মপ্ৰকাশ কৰা জনতা দল (য়ুনাইটেডে) এইবাৰ ৭ খন আসন দখল কৰিবলৈ সক্ষময় হৈছে। অন্যান্য দলসমূহে ৬ খন আসন দখল কৰাৰ উপৰিও ২ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

অৰুণাচলত বিজেপিৰ চমৎকাৰ প্ৰদৰ্শনত দলটোৰ কৰ্মকৰ্তা সকলৰ মাজত আনন্দৰ ঢল বৈছে।

Recent News

Bengal youth jailed in Nepal

ডলাৰ নোটৰ প্ৰিণ্টআউট লগত নিয়াই হ’ল কাল! নেপালত কাৰাগাৰত দিন কটাইছে পশ্চিম বংগৰ যুৱকে

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd