DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাতে-লোটে ধৰা পৰিল বিজেপিৰ নেত্ৰী, অভিযোগ ড্ৰাগছ সৰবৰাহৰ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2021 6:41 pm
a bjp
380
VIEWS
Share on FacebookShare on Twitter

ড্ৰাগছ সৰবৰাহৰ অভিযোগত অৱশেষত আৰক্ষীৰ জালত পৰিল কেন্দ্ৰত শাসনাধিষ্ঠিত দল বিজেপিৰ এগৰাকী যুৱ নেত্ৰী।

ড্ৰাগছৰ সৈতে আৰক্ষীয়ে বিজেপি নেত্ৰীগৰাকীক হাতে-লোটে ধৰা পেলায় ।

আৰক্ষীয়ে নেত্ৰীগৰাকীৰ সৈতে তেওঁৰ এজন সহযোগীকো গ্ৰেপ্তাৰ কৰিছে। ঘটনাটো ঘটিছে পশ্চিমবংগত। কলকাতাৰ নিউ আলিপিুৰ অঞ্চলত আৰক্ষীয়ে বিজেপিৰ যুৱ নেত্ৰী পামেলা গোস্বামীক প্ৰায় ১০০ গ্ৰাম কোকেইনসহ গ্ৰেপ্তাৰ কৰে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে গোপন সূত্ৰ পম খেদি আৰক্ষীয়ে নিউ আলিপুৰত গাড়ী ৰখাই গাড়ীৰ ভিতৰত বহি থকা অৱস্থাতে পামেলা গোস্বামীক গ্ৰেপ্তাৰ কৰে।

পামেলাৰ হাত বেগৰ লগতে গাড়ী খনৰ অন্যান্য স্থানৰ পৰা আৰক্ষীয়ে ১০০ গ্ৰাম কোকেইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে বিজেপি নেত্ৰী পামেলৈাৰ সৈতে থকা তেওঁৰ সহযোগী প্ৰবীৰ কুমাৰ ডে নামৰ লোক জনকো আটক কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে বিজেপি নেত্ৰীগৰাকীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল।

Recent News

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd