DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফেইচবুকত ‘পাকিস্তান জিন্দাবাদ’; লখিমপুৰত বিজেপি যুৱমৰ্চাৰ কৰ্মীক আঁঠু কঢ়াই কাণত ধৰালে ম’ৰেল পুলিচে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2019 6:46 pm
Rahul Tantis Post

ম'ৰেল পুলিচৰ কৱলত পৰা বিজেপিৰ যুৱমৰ্চাৰ সদস্যজন।

1.8k
VIEWS
Share on FacebookShare on Twitter

ফেইচবুকত ‘পাকিস্তান জিন্দাবাদ’ বুলি এটা পোষ্টত কমেণ্ট দিয়া বাবেই লখিমপুৰৰ কাকৈৰ ৰাজগড়ত বিজেপি যুৱমৰ্চাৰ এজন কৰ্মীক ৰাজহুৱা ঠাইত আঁঠু কঢ়াই কাণত ধৰালে কেইজনমান ‘অতি ৰাষ্ট্ৰবাদী’ ম’ৰেল পুলিচে।

ৰাহুল তাঁতী নামৰ যুৱমৰ্চাৰ কৰ্মীজনক শাস্তিস্বৰূপে আঁঠু কঢ়াই কাণত ধৰোৱাৰ লগতে যুৱকজনক বাৰম্বাৰ পাকিস্তান মুৰ্দাবাদ আৰু হিন্দুস্তান জিন্দাবাদ দিয়ায় আইন হাতত তুলি লোৱা স্থানীয় যুৱককেইজনে।

আনহাতে অতি দৃষ্টিকটুভাৱে ঘটনাস্থলত উপস্থিত থকা সংবাদ মাধ্যমে আঁঠু কাঢ়ি কাণত ধৰি থকা অৱস্থাতে ৰাহুল তাঁতীৰ ভাষ্য লয়। সংবাদ মাধ্যমক ৰাহুল তাঁতীয়ে কাণত ধৰি থকা অৱস্থাতে কয়, তেওঁ ধেমালিতেহে সেয়া কৰিছিল। “পিছত ‘বেয়া নাপাব’ বুলি ক্ষমাও বিচাৰিছিলো”, ৰাহুলৰ অকপট স্বীকাৰোক্তি।

ৰাহুলে জনোৱামতে তেওঁ বিজেপিৰ যুৱ মৰ্চাৰ এজন সদস্য আৰু তেওঁৰ দেউতাক বিজেপিৰ বুথ কমিটীৰ সভাপতি।

উল্লেখযোগ্য যে কাশ্মীৰৰ আত্মঘাতী বোমাৰ ঘটনাৰ পিছত দেশপ্ৰেমৰ নামত একাংশই আইন হাতত তুলি লোৱাৰ লগতে মানুহৰ বাক স্বাধীনতা হৰণ কৰাৰ দৰে ঘটনা সঘনে ঘটিছে।

Recent News

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd