• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

UN, WHO ভাৰতক লৈ সুখী, কিন্তু কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টি নহয় : চম্বিত পাত্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2021 12:33 pm
Sambit-Patra
130
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘ সময় ধৰি ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দি থকা ভাৰতে দুটা ভেকচিনৰ মঞ্জুৰি লাভ কৰিছে যদিও ইয়াক লৈ দেশৰ ৰাজনীতিও উত্তপ্ত হৈ উঠিছে।

ভেকচিনক লৈ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ পিছত এতিয়া দুয়োটা দলকে উভতি ধৰিছে শাসনাধিষ্ঠ বিজেপিয়ে।

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ চম্বিত পাত্ৰাই সোমবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে ভেকচিন অহাৰ পিছত দুটা প্ৰজাতি গভীৰ আশংকা তথা চিন্তাত ভুগিছে। এটা ক’ৰ’না ভাইৰাছ আৰু আনটো কংগ্ৰেছ পাৰ্টি।

সময়ে সময়ে কংগ্ৰেছ দলে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেশবাসীয়ে দেখি অহা বুলিও পাত্ৰাই মন্তব্য কৰে।

চম্বিত পাত্ৰাই লগতে কয় যে দেশত এতিয়া ভেকচিনক লৈ যেনেধৰণৰ ৰাজনীতি হৈ আছে, তাতকৈ দুখজনক আৰু কষ্টদায়ক একো হ’ব নোৱাৰে।

তেওঁ কয়, ‘য়ু এন, বিশ্ব স্বাস্থ্য সংস্থা ভাৰতৰ এই পদক্ষেপক লৈ সুখী, কিন্তু কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টি নহয়’।

বিজেপি মুখপাত্ৰ গৰাকীয়ে লগতে কয় যে পাৰ্টি অধ্যক্ষ জেপি নাড্ডাইও এই বিষয়ত মন্তব্য কৰি কৈছে যে কংগ্ৰেছ আৰু বিৰোধীয়ে যাক লৈ ৰাজনীতি কৰি আছে সেই বিষয়ত তেওঁলোকে আত্মসমালোচনা কৰিব লাগে যে কিয় এনে ব্যৱহাৰ কৰি আছে।

আনহাতে বিজেপিৰ ভেকচিন গ্ৰহণ নকৰে বুলি অখিলেখ যাদৱে কৰা মন্তব্যক সমালোচনা কৰি পাত্ৰাই কয়, ‘ভেকচিন বিজেপিয়ে বনাইছে নেকি? ভাৰতৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই’।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd