• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰু লাগে! বিলাসী গাড়ী, ডুবাই-লণ্ডনত ঘৰ, ১৪০০ কোটি টকাৰ সম্পত্তিৰ মালিক এইগৰাকী বিজেপি প্ৰাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2024 11:17 am
দক্ষিণ গোৱাৰ বিজেপি প্ৰাৰ্থী পল্লৱী ডেম্পো। ফটোঃ সংগ্ৰহীত।

দক্ষিণ গোৱাৰ বিজেপি প্ৰাৰ্থী পল্লৱী ডেম্পো। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰ-গাড়ী-টকা-সোণকে ধৰি মুঠ ১৪০০ কোটি টকাৰ সম্পত্তিৰ গৰাকী। হয়, আপুনি ঠিকেই শুনিছে, ১৪০০ কোটি টকা! লোকসভা নিৰ্বাচনত এইগৰাকী বিজেপি প্ৰাৰ্থীৰ সম্পত্তি ১৪০০ কোটি টকা। দক্ষিণ গোৱাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে পল্লৱী ডেম্পো নামৰ বিজেপি নেত্ৰীগৰাকীয়ে।

মঙলবাৰে পল্লৱীয়ে ৰিটাৰ্ণিং অফিচাৰৰ ওচৰত শপতনামা দাখিল কৰে। তাত পল্লৱীয়ে জনায় যে তেওঁ আৰু তেওঁৰ স্বামী শ্ৰীনিবাসৰ মুঠ সম্পত্তি হৈছে প্ৰায় ১৪০০ কোটি।

গোৱাৰ অন্যতম বৃহৎ উদ্যোগপতি শ্ৰীনিবাস ডেম্পো। ফুটবলৰ পৰা আৰম্ভ কৰি ৰিয়েল ইষ্টেট, জাহাজ নিৰ্মাণলৈকে তেওঁৰ একাধিক ব্যৱসায় আছে। পল্লৱীৰ শপতনামা অনুসৰি তেওঁৰ স্থাৱৰ সম্পত্তিৰ মূল্য ২৫৫.৪ কোটি আৰু শ্ৰীনিবাসৰ ৯৯৪.৮ কোটি টকা। আনহাতে পল্লৱীৰ স্থাৱৰ সম্পত্তিৰ বজাৰ মূল্য ২৮.২ কোটি। শ্ৰীনিবাস ডেম্পোৰ স্থাৱৰ সম্পত্তিৰ মূল্য ৮৩.২ কোটি।

Apply Now

লগতে পঢ়কঃ কোহলীয়েই মোৰ জীৱনৰ বিৰাট প্ৰেৰণা; জনালে অসামৰিক সেৱাৰ শীৰ্ষস্থানপ্ৰাপ্ত অনন্যাই

আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল গোৱাৰ বাহিৰেও দেশৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ সম্পত্তি আছে। ডুবাইৰ এটা অভিজাত এলেকাত তেওঁলোকৰ যৌথ মালিকানাধীন ফ্লেট আছে, যাৰ বজাৰ মূল্য ডেৰ-দুই কোটি টকা। ডেম্পো দম্পতীৰ লণ্ডনত এটা বিলাসী ঘৰো আছে, যাৰ বৰ্তমান বজাৰ মূল্য ১০ কোটি টকা।

পল্লৱীৰ সোণৰ প্ৰতিও বিশেষ মোহ আছে। এই তথ্য তেওঁৰ শপতনামাৰ পৰা ওলাইছে। তেওঁৰ মুঠ ৫.৭ কোটি টকাৰ সোণৰ গৰাকী৷ ২০২২-২৩ বিত্তীয় বৰ্ষত পল্লৱীয়ে ১০ কোটি টকাৰ আয়কৰ ৰিটাৰ্ণ দাখিল কৰে। শ্ৰীনিবাস ডেম্পোৰ ক্ষেত্ৰত সেই সংখ্যা ১১ কোটি। ৪৯ বছৰীয়া পল্লৱীয়ে পুনে বিশ্ববিদ্যালয়ৰ এম আই টিৰ পৰা বিজনেছ মেনেজমেণ্টত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।

লগতে পঢ়কঃ IPL 2024: দিল্লীৰ সন্মুখত অসহায় আত্মসমৰ্পণ গুজৰাটৰ! আহমেদাবাদত টাইটানছৰ বিৰুদ্ধে সহজ জয় কেপিটেলছৰ

উল্লেখ্য যে সমগ্ৰ দেশতে ৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলৈ গৈ আছে লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। মুঠ ৪৩ দিন চলিব এই নিৰ্বাচনী প্ৰক্ৰিয়া। অহা ৪ জুনত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত, তৃতীয় পৰ্যায়ত ৭ মে’ত, চতুৰ্থ পৰ্যায়ত ১৩ মে’ত, পঞ্চম পৰ্যায়ত ২০ মে’ত, ষষ্ঠ পৰ্যায়ত ২৫ মে’ত আৰু সপ্তম পৰ্যায়ত ১ জুনত ভোটগ্ৰহণ  অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd