• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঘজানৰ তেলখাদৰ চৌপাশৰ জুই নিৰ্বাপিত হৈছে: অইল

এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2020 8:02 pm
Assam CM, Union petroleum minister to visit Baghjan on Sunday

অইলে কয় যে এই সময়ত কেৱল খাদৰ মুখতহে নিৰ্গত গেছসমূহ জ্বলি আছে।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অইল ইণ্ডিয়া লিমিটেডৰ বিষয়াই দাবী কৰা মতে, তিনিচুকীয়াৰ বাঘজানৰ গেছখাদৰ চৌপাশৰ জুই নিৰ্বাপিত কৰা হৈছে।

তেওঁলোকে কয় যে এই সময়ত কেৱল খাদৰ মুখতহে নিৰ্গত গেছসমূহ জ্বলি আছে।

Apply Now

“বৰ্তমান খাদৰ মুখৰ নিৰ্গত গেছহে কেৱল জ্বলি আছে। আমি ১.৫ কি.মি. এলেকা ৰেড জ’নৰূপে ঘোষণা কৰিছো যাতে কোনো বাহিৰা ব্যক্তি ছাইটৰ সমীপলৈ নাহে। সাৱধানতামূলক পদক্ষেপ হিচাপে এয়া কৰা হৈছে,” অইলৰ জ্যেষ্ঠ পৰিচালক (জন পৰিক্ৰমা) জয়ন্ত বৰমুদৈয়ে বৃহস্পতিবাৰে সাংবাদিকক জনায়।

তেওঁ কয় যে ৪৫০০ পি এছ আই (pounds per square inch)ত চাপত অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গত হৈ আছে আৰু নিৰ্গমন নিয়ন্ত্ৰণৰ বাবে ই “অতি বেছি”।

“তাৰোপৰি, অতিমাত্ৰা তাপৰ বাবে খাদটোৰ ৫০ মিটাৰতকৈ দূৰলৈকে কোনো ব্যক্তি আগবাঢ়িব পৰা নাই। আমাৰ অগ্নিনিৰ্বাপন কৰ্মীসকলে এতিয়া পানী ছটিয়াই আছে আৰু চৌপাশে এক পানীৰ ছাতি সৃষ্টি কৰিছে। চৌপাশ শীতল কৰি বিশেষজ্ঞসকলে লাহে লাহে আগবাঢ়িব খুজিছে,” তেওঁ কয়।

যোৱা ১৬ দিন ধৰি অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গত হৈ থকাৰ পিছত মঙলবাৰে বিয়লি অগ্নিকাণ্ড সংঘটিত হয় আৰু অইলৰ দুজন অগ্নিনিৰ্বাপন কৰ্মীৰ মৃত্যু হয়।

নিহত দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাঁই কোম্পানিটোৰ অগ্নিনিৰ্বাপন বিভাগৰ সহকাৰী অপাৰেটৰ আছিল।

খাদটোত সংঘটিত বিস্ফোৰণটো ইমানেই প্ৰচণ্ড আছিল যে ৩০ কি.মি.তকৈয়ো অধিক দূৰত্বৰ পৰা বহু মিটাৰ উচ্চতালৈকে ডাঠ, ক’লা ধোঁৱা ওলাই থকা দেখা পোৱা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd