• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰজোনিবৃত্তিৰ পিছতো ৰক্তপাত? হ’ব পাৰে কেঞ্চাৰ ৰোগৰ লক্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2023 8:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰজোনিবৃত্তি হৈছে মহিলাসকলৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। মাহেকীয়া আৰম্ভ হোৱাৰ বয়স যেনেকৈ ১২, ১৩ বা ১৪ বছৰ, ঠিক তেনেকৈ ৰজোনিবৃত্তিৰ বয়স ৪০ৰ পৰা ৪৫ বা ৫০ বছৰ হ’ব পাৰে। এই বয়সৰ পিছত মহিলাৰ প্ৰজনন হৰম’নৰ নিঃসৰণ কমিবলৈ ধৰে আৰু ফলত ক্ৰমান্বয়ে মাহেকীয়া চক্ৰ বন্ধ হৈ যায়। কিন্তু কেতিয়াবা মহিলাৰ ক্ষেত্ৰত এনেকুৱা হয় যে ঋতুস্ৰাৱ বন্ধ হোৱাৰ পিছত হঠাতে ৰক্তক্ষৰণ আৰম্ভ হয়।

সাধাৰণতে মহিলাসকলে প্ৰায়ে ৰজোনিবৃত্তিৰ পিছত ৰক্তক্ষৰণৰ সমস্যাৰ বিষয়ে কাকো নকয় আৰু লুকুৱাই ৰাখে। কিন্তু এনে কৰা একেবাৰে উচিত নহয়। কাৰণ ই গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু ডাঙৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে। এই সমস্যাত সময়মতে চিকিৎসা কৰাটো অতি প্ৰয়োজনীয়। এই অস্বাভাৱিক সমস্যাই কি বিপদৰ সৃষ্টি কৰিব পাৰে জানো আহক।

Apply Now

বিশেষজ্ঞসকলৰ মতে ৰজোনিবৃত্তিৰ পিছৰ মহিলাৰ পুনৰাবৃত্তিমূলক ঋতুস্ৰাৱ (ৰক্তক্ষৰণ) ৰ ফলত ছাৰ্ভাইকেল কেন্সাৰ হ’ব পাৰে।

ছাৰ্ভাইকেল কেন্সাৰ কি?

ছাৰ্ভাইকেল কেন্সাৰ হৈছে জৰায়ুৰ মুখৰ কৰ্কট ৰোগ। ই মহিলাৰ ক্ষেত্ৰত হোৱা অন্যতম জটিল কৰ্কট ৰোগ। ছাৰ্ভাইকেল কেন্সাৰত জৰায়ুৰ তলৰ অংশত থকা কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি পায়। এই কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ প্ৰায়ে দেখা নাযায়।

ছাৰ্ভাইকেল কেন্সাৰৰ চিকিৎসা-

ছাৰ্ভাইকেল কেন্সাৰৰ চিকিৎসা সম্ভৱ যদিও ইয়াৰ বিষয়ে সজাগতাৰ অভাৱ। ইয়াৰ বাবেই কেতিয়াবা পৰিস্থিতি ভয়াৱহ হৈ পৰে। অস্বাভাৱিক ৰক্তক্ষৰণ, ঈষ্টৰ সংক্ৰমণ, কোনো কাৰণ নোহোৱাকৈ ওজন কমি যোৱা আদি কোনো লক্ষণ দেখা দিলে তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰাটো জৰুৰী। যেতিয়া এই কেন্সাৰ শৰীৰত থিতাপি লয় তেতিয়া কঁকালৰ তলৰ অংশতো তীব্ৰ বিষ অনুভৱ হয়।

ইয়াৰ প্ৰতিকাৰ কি?

যদি আপুনি ছাৰ্ভাইকেল কেন্সাৰৰ পৰা নিজকে ৰক্ষা কৰিব খুজিছে তেন্তে অস্বাভাৱিক ৰক্তক্ষৰণ বা আন অস্বাভাৱিক লক্ষণ দেখা দিলে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।
বিতং তথ্যৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd