• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কয়লাক্ষেত্র পুনৰ মুকলি কৰাৰ দাবীত মাৰ্ঘেৰিটাত বি এম এছৰ অৱস্থান ধৰ্মঘট

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 16, 2020 7:56 pm
a boris
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূৱ কয়লা ক্ষেত্র পুনৰ মুকলি(উৎপাদন) কৰা আৰু শ্রমিক কৰ্মচাৰী  বদলিকৰণ প্রক্ৰিয়া বন্ধ কৰাৰ দাবীত পূৰ্বোত্তৰ খাদান মজদূৰ সংঘৰ ( বি এম এছ) উদ্যোগত আজি তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ন কৰে ।

  পুৱা দহ বজাৰ পৰা মাৰ্ঘেৰিটা নগৰস্থিত উত্তৰ পূৱ কয়লা ক্ষেত্ৰ, ক’ল ইণ্ডিয়াৰ মহাপ্রবন্ধকৰ কায্যালয় প্রবেশদ্বাৰৰ সন্মুখত ৰূপায়ন কৰা প্রতিবাদী কাৰ্যসূচীৰে শ্রমিক সংগঠনটোৱে মাৰ্ঘেৰিটা মহকুমাৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰুপ  উত্তৰ পূৱ কয়লা ক্ষেত্রৰ উৎপাদন  পুনৰ আৰম্ভ কৰাৰ দাবী জনায় ।

Apply Now

শ্রমিক সংগঠনটোৰ সদস্য সকলে হাতে হাতে প্লে কাৰ্ড লৈ  বি এম এছ জিন্দাবাদ, উত্তৰ পূৱ কয়লা ক্ষেত্রৰ উৎপাদন পুনৰ আৰম্ভ কৰক, বদলি কৰণ নীতি বাতিল কৰক আদি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে । পাছত প্রতিবাদ কাৰী সকলে উত্তৰ পূৱ কয়লা ক্ষেত্রৰ মহাপ্রবন্ধকৰ হাতত দুই দফীয়া দাবী  সম্বলিত এখন স্মাৰক পত্র প্রদান কৰে ।

বি এম এছৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰুৱাৰ নেতৃত্বত হোৱা প্রতিবাদ স্থলীত  ভালে সংখ্যক শ্রমিক কৰ্মচাৰীয়ে অংশ গ্রহণ কৰে । উল্লেখ্য যে যোৱা তিনি জুনৰ পৰা উত্তৰ পূৱ কয়লা ক্ষেত্রৰ উৎপাদন বন্ধ হৈ আছে ।

ইয়াৰ মাজতে অক্টোবৰ বা নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা উত্তৰ পূৱ কয়লা ক্ষেত্ৰ পুনৰ মুকলি হ’ব বুলি ডিব্ৰুগড় সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত বীৰ দ্ৰৰ্পে ঘোষনা কৰিছিল যদিও সকলোবোৰ ফুটুকাৰ ফেন হোৱাত আজিৰ প্ৰতিবাদৰ পূৰ্বেও বহুকেইটা  কেইটা প্ৰতিবাদ বিভিন্ন দল সংগঠনে মাৰ্ঘেৰিটাত ৰূপায়ণ কৰি আহিছে যদিও আজি পৰ্য্যন্ত কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ তথা ক’ল ইণ্ডিয়াৰ শীৰ্ষ নেতৃত্বই কোনো ধৰণৰ স্থিতি স্পষ্ট নকৰাত উত্তৰ পূৰ্বাঞ্চলৰে এক বৃহৎ কয়লা উদ্যোগৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি হোৱাৰ লগতে উজনি অসমৰ তিনিচুকীয়া জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd