• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জানুৱাৰী-ফেব্ৰুৱাৰীত নহয় চিবিএছই দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা : কিন্তু হ’ব কেতিয়া?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 22, 2020 7:22 pm

1 min read

index.jpg
200
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ ২০২১ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত নহয়। এই কথা জনাইছে কেন্দ্ৰীয় শিক্ষী মন্ত্ৰী ৰমেশ নিশাঙ্ক প’খ্ৰীয়ালে।

মংগলবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী গৰাকীয়ে শিক্ষকসকলৰ সৈতে হোৱা এক ভাৰ্চুৱেল বাৰ্তালাপত কয় “জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয়। পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ’ব সেই সিদ্ধান্ত পিছত লোৱা হ’ব।”

শিক্ষা মন্ত্ৰী গৰাকীয়ে ব’ৰ্ডৰ পৰীক্ষা অলনাইন মাধ্যমত অনুষ্ঠিত কৰিব নোৱাৰি বুলিও পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে।

স্মৰ্তব্য যে যোৱা ১০ ডিচেম্বৰত শিক্ষাৰ্থীসকলৰ সৈতে হোৱা ভাৰ্চুৱেল বাৰ্তালাপত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে ব’ৰ্ডৰ পৰীক্ষা অনলাইন মাধ্যমেৰে নহয় বুলি ঘোষণা কৰিছিল।

উল্লেখ্য যে ক’ৰ’ণা মহামাৰীৰ প্ৰতিৰোধৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা দেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল যদিও কোভিড পৰিস্থিতি সামান্য উন্নত হোৱাৰ বাবে যোৱা ১৫ অক্টোবৰৰ পৰা কিছুমান ৰাজ্যত শিক্ষানুষ্ঠানসমূহ পুনৰ খোলা হৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd