• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ! প্ৰতিজন আৱাসীয়ে ৭০০ টকাকৈ পাব ৰাজসাহায্য

শিক্ষাৰ্থীৰ নাম, বেংক একাউণ্টৰ সবিশেষ প্ৰেৰণৰ নিৰ্দেশ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় কৰ্তৃপক্ষক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2019 11:28 am
Cotton Hostel

প্ৰতিনিধিত্বমূলক ছবি।

3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰৰ অধীনৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়বোৰত থকা ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাসবোৰত থাকি অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰে ৰাজ সাহায্য আগ বঢ়োৱাৰ সিদ্ধান্ত লৈছে।

এই কথা অলপতে ৰাজ্যৰ উচ্চশিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰলৈ প্ৰেৰণ কৰা এখন জাননীৰ পৰা গম পোৱা গৈছে।

চৰকাৰৰ এই আঁচনিখনৰ অধীনত প্ৰতিজন শিক্ষাৰ্থীক মাহে ৭০০ টকাকৈ ৰাজ সাহায্য দিয়া হ’ব আৰু সেইটো শিক্ষাৰ্থীসকলৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে হোষ্টেল আৱাসী সকলো শিক্ষাৰ্থীয়েই লাভ কৰিব। বছৰত ১০ মাহ এই সাহায্য পাব।

Student residing at Hostel
উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননীখনৰ এটা প্ৰতিলিপি।

অসম চৰকাৰৰ উচ্চশিক্ষা সঞ্চালকৰ দ্বাৰা স্বাক্ষৰিত এই জাননীখন যোৱা ২ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় (Kumar Bhaskar Varma Sanskrit and Ancient Studies University)ৰ পঞ্জীয়কসকল আৰু সকলো চৰকাৰী তথা প্ৰাদেশিককৃত মহাবিদ্যালয়ৰ অধ্যক্ষলৈ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে প্ৰেৰণ কৰা হৈছে।

জনানীখনত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় কৰ্তৃপক্ষক হিতাধিকাৰী শিক্ষাৰ্থীসকলৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকৰ বেংক একাউণ্টৰ সবিশেষ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে।

(অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয় কেন্দ্ৰীয় বিশ্ববিদ্যালয় বাবে বাদ এই সুবিধাৰ আওতাত নপৰিব)

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd