DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰিয়হতলীৰ পৰা উদ্ধাৰ অপহৃত কিশোৰীৰ মৃতদেহ! হত্যাৰ অভিযোগ পৰিয়ালৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 18, 2022 1:09 pm
100
VIEWS
Share on FacebookShare on Twitter

ঘৰৰ ওচৰৰ সৰিয়হতলীৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ। যোৱা দুদিন ধৰি কিশোৰীগৰাকী সন্ধানহীন হৈ আছিল। কিশোৰীগৰাকীৰ পৰিয়ালে ওচৰৰ আৰক্ষী থানাত অপহৰণৰ অভিযোগ দাখিল কৰিছিল।

ঘটনাটো উত্তৰ প্ৰদেশৰ বুদাউনত সংঘটিত হৈছে। মৃত ছোৱালীজনীৰ বয়স ১৭ বছৰ। শনিবাৰে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি, ছোৱালীজনীৰ মৃতদেহটো তাইৰ ঘৰৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত সৰিয়হতলীত পৰি আছিল।

লগতে পঢ়ক: প্ৰতিবাদত উচটনি দিয়াৰ অভিযোগ; গ্ৰেপ্তাৰ অস্কাৰ বিজয়ী প্ৰসিদ্ধ ইৰানী অভিনেত্ৰী তাৰানেহ আলিদাস্তি

আৰক্ষীয়ে জনোৱা মতে, ছোৱালীজনীৰ পৰিয়াল কেইবছৰমান আগতে বুদাউন চহৰলৈ আহিছিল। আগতে তেওঁলোকে আন ঠাইত বাস কৰিছিল। পৰিয়ালৰ সদস্য আৰু আত্মীয়সকলে হত্যাৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁলোকে কয় যে ছোৱালীজনীক শুকুৰবাৰৰ পৰা বিচাৰি উলিয়াব পৰা নগ’ল। বহুত অনুসন্ধান কৰাৰ পিছতো পৰিয়ালটোৱে ছোৱালীজনী ক’ত আছে জানিব পৰা  নাছিল আৰু আৰক্ষীৰ কাষ চাপিছিল। তেওঁলোকে আৰক্ষী চকীলৈ গৈ তেওঁলোকৰ ছোৱালীক অপহৰণ কৰা বুলি অভিযোগ দাখিল কৰিছিল। আৰক্ষীয়ে সেই অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰিছে।

তাৰ পিছতে ছোৱালীজনীৰ মৃতদেহ ঘৰৰ ওচৰৰ সৰিয়হপথাৰত পোৱা গৈছে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পালে বহুত জনা যাব বুলি ধাৰণা কৰা হৈছে।

লগতে পঢ়ক: ফুটবল অনুৰাগীৰ নয়নৰ মণি! ভাইৰেল হৈ পৰিছে ১৩ বছৰ বয়সত দিয়া মেছিৰ ‘প্ৰথম সাক্ষাৎকাৰ’

ইপিনে, ছোৱালীজনীৰ মৃত্যু কেনেকৈ হৈছিল, তাই কিয় নিৰুদ্দেশ হৈছিল, কোনোবাই তাইক অপহৰণ কৰিছিল নেকি সেই সকলোবোৰ বিষয় চালিজাৰি চাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd