• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰুণাচলৰ পৰা নাগালেণ্ডলৈ চোৰাংভাৱে বিক্ৰীৰ বাবে অনা সুৰা বোকাখাতত জব্দ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , August 23, 2018 8:26 pm

1 min read

অৰুণাচলৰ পৰা নাগালেণ্ডলৈ চোৰাংভাৱে বিক্ৰীৰ বাবে অনা সুৰা বোকাখাতত জব্দ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

102
VIEWS
Share on FacebookShare on Twitter

বোকাখাত নগৰৰ মাজ মজিয়াত বোকাখাত আৰক্ষীয়ে গোলাঘাট আৰক্ষীৰ সহযোগত আজি পুৱা চোৰাংকৈ সুৰা সৰবৰাহ কৰা এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। লগতে গাড়ীখনৰ চালক আৰু হেণ্ডিমেনকো আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে বান্দৰদেৱাৰ পৰা গোলাঘাটৰ মেৰাপানীলৈ বুলি চোৰাংভাৱে কঢ়িয়াই অনা অৱস্থাত বোকাখাত আৰক্ষীয়ে সুৰা ভৰ্তি ২০৭ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ আধাৰত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ জ্যোতি বৰাৰ সহযোগত বোকাখাতৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ তৎপৰতাত অভিযানকাৰী দলে এই অভিযান চলায়।

আটকাধীন ট্ৰাকখনৰ চালক বিপিন মুণ্ডাই দিয়া স্বীকাৰোক্তি মতে বান্দৰদেৱাৰ পৰা ৬০ কেচ চোৰাংভাৱে ৰাম আৰু ১৯ কেচ সুৰা অতি কৌশলেৰে আনিছিল। লগতে চালক জনে অৰুণাচলৰ পৰা অনা এই সুৰা অতি সংগোপনেৰে নাগালেণ্ডলৈ প্ৰেৰণ কৰিবলৈ আনিছিল বুলিও উল্লেখ কৰে।

ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষী থানাত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক জেৰা কৰি অধিক তথ্যৰ বাবে বোকাখাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

ইফালে আজি আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ মালিক মেৰাপানীৰ ডিপু ৰঞ্জন দাস বুলি জানিব পৰা গৈছে ৷ আৰু ট্ৰাকখনৰ পৰা জব্দ কৰা সুৰাৰ বজাৰ মূল্য প্ৰায় ডেৰ লাখতকৈ অধিক হ’ব বুলি জানিব পৰা গৈছে ৷

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd