• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত চোৰাং কাঠ ভৰ্তি বাহন জব্দ; ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত চোৰাং কাৰবাৰ চলি থকাৰ অভিযোগ

উত্তম শইকীয়া by উত্তম শইকীয়া
January 23, 2020 7:37 am
Illegal wood carrer vhicle

চোৰাং কাঠ সহ জব্দ হোৱা বাহনখন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত মঙলবাৰে নিশা পহৰাদাৰী আৰক্ষী দলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন অবৈধ কাঠ ভৰ্তি ডি আই বাহন জব্দ কৰে।

আৰক্ষীৰ তথ্য মতে মনোজ ৰবিদাসৰ নামত পঞ্জীয়ন কৰা এ এছ-০৩বি চি ৫১৬৬ নম্বৰৰ গাড়ীখনে চোৰাং কাঠ সহ বোকাখাতৰ পৰা যোৰহাট অভিমুখে গৈ আছিল৷

Apply Now

চোৰাং কাঠখিনি সৰবৰাহ কৰি থকা অৱস্থাতে পহৰাদাৰী আৰক্ষীৰ দলটোৱে নিশা ৰাষ্ট্ৰীয় ঘাইপথত কৰায়ত্ব কৰে কাঠ ভৰ্তি বাহনখন৷

জব্দ হোৱা কাঠখিনি যোৰহাটৰ জনৈক প্ৰশান্ত দাসৰ বুলি জানিব পৰা গৈছে৷

যোৰহাট তৰাজানৰ নিৱাসী এই লোকজনে দীৰ্ঘ দিন পৰা বোকাখাত অঞ্চলৰ পৰা চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলায় আহিছে৷

নিশা গাড়ীৰে সৈতে জব্দ কৰা কাঠখিনি বুধবাৰে ৰাতিপুৱা বোকাখাত আৰক্ষীয়ে পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ হাতত অৰ্পন কৰে৷

মন কৰিবলগীয়া যে, বোকাখাতত আৰক্ষীয়ে বনজ সম্পদৰ চোৰাং কাৰবাৰ প্ৰতিৰোধৰ বাবে শক্তিশালী পদক্ষেপ হাতত লৈছে৷ যাৰ বাবে বহু চোৰাং কাঠ, কাঠফলা মিল আৰু সাঁচি কাঠো জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী৷

উল্লেখযোগ্য যে, একাংশ বিজেপি চৰকাৰৰ মিত্ৰ জোটৰ এটা ৰাজনৈতিক দলৰ নেতা তথা পালিনেতাই এই চোৰাং কাৰবাৰৰ পৃষ্ঠপোষকতা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।

অলপতে বোকাখাত আৰক্ষীয়ে কৰায়ত্ব কৰা সাঁচি কাঠ অনা ট্ৰেভেলাৰ গাড়ী আৰু লখৌজানৰ পৰা জব্দ কৰা কাঠ আৰু কাঠফলা মিলৰ সংক্ৰান্তত আৰক্ষী আৰু বন বিভাগক ৰাজনৈতিক দলটোৰ নেতাই প্ৰচণ্ড হেচা প্ৰয়োগ কৰা বলি জানিব পৰা গৈছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd