• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাড়ীত আক্ৰমণ, ধন-ফোন লুট; শিৱসাগৰত দুৰ্বৃত্তৰ কবলত ব’ল ব’ম যাত্ৰী

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 4, 2019 8:32 pm
Bol Bom group looted in Assam's Sivasagar

ব’ল ব’মসকলৰ গাড়ীৰ ছবি। নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুৱা শিৱসাগৰৰ শিৱদ’লৰ সন্মুখত সংঘটিত হোৱা এক চুৰি কাৰ্য্যই লজ্জানত কৰিলে প্ৰতিজন শিৱসাগৰবাসীক।

শাওণমহীয়া ব’ল ব’ম উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যৰ পৰাও আহে ভক্তপ্ৰাণ ৰাইজ।

Apply Now

আজি পুৱা অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ পৰা এ এচ ০৭ এ চি ০৬৯৯ নম্বৰৰ বলেৰ’ গাড়ী এখনত সাতজনীয়া তীৰ্থযাত্ৰীৰ দল এটা শিৱদ’ল প্ৰাঙ্গণত উপস্থিত হয়। আহি পায় তেওঁলোকে শিৱদ’লৰ ভিতৰলৈ যায় পূজা অৰ্চনা কৰিবলৈ।

প্ৰায় বিশ মিনিটৰ পিছত পূজা কৰি ঘূৰি আহি দেখে যে তেওঁলোকৰ গাড়ীখনৰ আটাইকেইখন গ্লাচ কোনোবাই ভাঙি থৈছে।

পৰৱৰ্তী সময়ত তেওঁলোকে গাড়ীৰ দুৱাৰ খুলি সা-সামগ্ৰীসমূহ প্ৰত্যক্ষ কৰি দেখে যে তেওঁলোকৰ পাঁচটা ম’বাইল ফ’নৰ উপৰিও পঞ্চাশ হাজাৰৰো অধিক টকা লুট কৰি নিয়ে।

Bol Bom group looted in Assam's Sivasagar
গ্লাছ ভগা অৱস্থাত গাড়ীখন। নৰ্থ ইষ্ট নাও।

ঘটনা সন্দৰ্ভত তেওঁলোকে শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত দুষ্কৃতিকাৰীৰ দলটোক আটক কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে ব’ল ব’ম উপলক্ষে শিৱসাগৰ আৰক্ষীয়ে চহৰখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰে যদিও দিনৰ পোহৰত দ’ল চৌহদৰ সন্মুখৰ পৰা গাড়ীৰ গ্লাচ ভাঙি কিদৰে দুৰ্বৃত্তই নগদ ধনসহ ম’বাইল ফ’ন লুটি নিব পাৰিলে তাক লৈ জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

দ’ল চৌহদত একাংশ ব্যক্তিয়ে আশ্ৰয় লৈ পৰিৱেশ বিনিষ্ট কৰাৰ লগতে বিভিন্ন সময়ত নানা অপৰাধজনিত ঘটনা সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে।

এইসকল ব্যক্তিৰ সতি-সন্তানসকলে দিনটো পথচাৰীৰ পৰা ভিক্ষা কৰি ধন আহৰণ কৰে আৰু ৰাতি এইসকল শিশুৱে চুৰি কাৰ্য্য সংঘটিত কৰে বুলি গুৰুতৰ অভিযোগ উঠিছে।

কিছু সমাজ সচেতন ব্যক্তিয়ে এইসকল শিশুক ধৰি নি শিশুগৃহত ৰাখি বিদ্যালয়ত নাম ভৰ্তি কৰি দিছিল যদিও পুনৰ তাৰ পৰা পৰিয়ালৰ লোকে লৈ আনি দ’ল চৌহদত ভিক্ষাবৃত্তিত জড়িত কৰায়।

প্ৰশাসনে দ’লৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে দ’ল প্ৰাঙ্গণত থকা দোকান উচ্ছেদ কৰিছিল যদিও এইসকল লোকে দ’ল চৌহদত দিনে-নিশাই ভাত ৰান্ধি পৰিৱেশ বিনষ্ট কৰিছে, একাংশৰ মত।

দুষ্কৃতিকাৰীক ধৰাৰ লগতে এইসকল ব্যক্তিৰ ক্ষেত্ৰতো জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা ল’বলৈ একাংশ ৰাইজে আহ্বান জনাইছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd