• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈক ধন্যবাদ বলিউদৰ মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 5, 2019 9:32 am

1 min read

dia_mir
9.9k
VIEWS
Share on FacebookShare on Twitter

নৱ নিৰ্বাচিত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অসমৰ অবৈধ কয়লা খননৰ বিষয়টো লোকসভাৰ মজিয়াত উত্থাপন কৰা কাৰ্যই ৰাজনৈতিক মহলৰ লগতে বলিউদতো লাভ কৰিছে বিশেষ চৰ্চা। প্ৰসংগটো লোকসভাত উত্থাপন কৰাৰ বাবে বলিউদৰ মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জাই ধন্যবাদ জনাইছে সাংসদ বৰদলৈক।

অভিনেত্ৰী গৰাকীয়ে টুইটৰ জৰিয়তে সাংসদ বৰদলৈক ধন্যবাদ জনায় কয় যে এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰাৰ বাবে ধন্যবাদ প্ৰদ্যুৎ বৰদলৈ। আমি জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বণ্যপ্ৰাণী সুৰক্ষাক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ দিব লাগিব।

ইয়াৰ উপৰি অভিনেত্ৰী গৰাকীয়ে অবৈধভাৱে চলি থকা কয়লাৰ খনন কাৰ্য বন্ধ হ’বই লাগিব বুলিও টুইটটোত উল্লেখ কৰে।

উল্লেখ্য যে লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা প্ৰদ্যুৎ বৰদলৈয়ে অবৈধ কয়লা খনন কাৰ্যত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল জড়িত আছে বুলি ধাৰাবহিকভাৱে কৈ থকাৰ পিছতে এই বিষয়টোৱে ৰাজনৈতিকভাৱে বিশেষ চৰ্চা লাভ কৰে। বিষয়টোক লৈ এতিয়াও অব্যাহত আছে কংগ্ৰেছ-বিজেপিৰ বাক-বিতণ্ডা।

ইফালে অসমত ইয়াক লৈ চৰ্চা চলি থকাৰ সময়তে যোৱা মঙলবাৰ অৰ্থাৎ ২ জুলাইত সাংসদ বৰদলৈয়ে লোকসভাৰ শূণ্যকালত অসমত অবৈধভাৱে হৈ থকা কয়লা খননৰ বিষয়টো উত্থাপন কৰে আৰু ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনায়।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd