DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সেনা আৰু আৰক্ষী সম্পৰ্কে অভিনেতা পৰেশ ৰাৱালৰ কি মন্তব্যই বুটলিছে ইমান প্ৰশংসা?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2020 7:58 pm
y3hwvpquqqqujr5d_1590822778

অভিনেতা পৰেশ ৰাৱাল।

3.1k
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ প্ৰসিদ্ধ অভিনেতা পৰেশ ৰাৱালৰ মতে অভিনেতাসকল নহয়, সেনা আৰু আৰক্ষীসকলকহে “হিৰো’ বুলি কোৱা উচিত।

অভিনেতা ৰাৱালে এটা টুইটৰ জৰিয়তে কয়,’’ আমাৰ ভৱিষ্যৎ প্ৰজন্মই যাতে প্ৰকৃত হিৰোৰ সঠিক অৰ্থ বুজিব পাৰে, তাৰ বাবে আমি অভিনেতাসকলক এন্টাৰটেইনাৰ (মনোৰঞ্জনকাৰী) আৰু আমাৰ সেনা আৰু আৰক্ষীক হিৰো (নায়ক) বুলি ক’বলৈ আৰম্ভ কৰা উচিত।‘’

পৰেশ ৰাৱালৰ এই টুইটৰ পাছতে ছচিয়েল মিডিয়াত অভিনেতাগৰাকীক বিভিন্নজনে প্ৰশংসাৰে ওপচাই পেলাইছে।

We Should Start Calling Actors As 'Entertainers' And Our Army & Police As 'Heroes' for Our Next Generation To Know The Actual Meaning Of Real Heroes !!!

— Paresh Rawal (@SirPareshRawal) June 23, 2020

শেহতীয়াকৈ সীমান্ত গলৱান উপত্যকাত চীন আৰু ভাৰতৰ মাজত হোৱা সংঘাতৰ ফলত দেশৰ ২০গৰাকী জোৱান শ্বহীদ হয়।

দেশবাসীয়ে সেনা জোৱানসকললৈ আৱেগভৰা শ্ৰদ্ধাঞ্জলি জনাইছে।

বলীউদৰ অভিনেত্ৰী ৰবীনা টেণ্ডনেও ছচিয়েল মিডিয়াত সেনাৰ প্ৰতি সন্মান জনাই নিজৰ অভিব্যক্তি প্ৰকাশ কৰিছে।

অভিনেতা পৰেশ ৰাৱালৰ টুইটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভিন্নজনে নিজৰ মন্তব্যও দাঙি ধৰিছে।

এজনে লিখিছে,’সঁচাকৈয়ে, অভিনেতাসকল নকল হিৰো, প্ৰকৃত হিৰো হৈছে সেনা আৰু আৰক্ষীহে।‘

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd