• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহাকুম্ভত ‘সন্যাস’ ল’লে মোহময়ী অভিনেত্ৰী মমতা কুলকাৰ্ণীয়ে; তেওঁৰ নতুন নাম কি হ’ল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2025 10:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী মমতা কুলকাৰ্ণী পুনৰ বাতৰিৰ শিৰোনামত। শেহতীয়াকৈ তেওঁ বলীউডৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে আৰু প্ৰয়াগৰাজত অনুষ্ঠিত মহা কুম্ভত ২০২৫ত সন্ন্যাস গ্ৰহণ কৰিছে। নব্বৈৰ দশকৰ অন্যতম সফল অভিনেত্ৰী আছিল মমতা কুলকাৰ্ণী। তেওঁ কেইবাখনো ব্লকবাষ্টাৰ চিনেমাত অভিনয় কৰিছে। কিন্তু এতিয়া তেওঁৰ জীৱনে সম্পূৰ্ণ নতুন ৰূপ ল’বলৈ ওলাইছে।

মমতা কুলকাৰ্ণীয়ে মহা কুম্ভ ২০২৫ত অংশগ্ৰহণ কৰি সন্ন্যাস দীক্ষা গ্ৰহণ কৰি নতুন জীৱনৰ আৰম্ভণি কৰে। তেওঁ কয়, “যেতিয়ালৈকে মই বলীউডত কাম কৰিছো, তেতিয়ালৈকে মই সফল হৈছিলো।কিন্তু এতিয়া মই মোৰ আধ্যাত্মিকতা আৰু আত্ম-অন্বেষণৰ ওপৰত গুৰুত্ব দিছো।” মমতাৰ অৱসৰৰ পিছত তেওঁ “মাই মাতা নন্দ গিৰি” নামেৰে পৰিচিত হৈছে। শুকুৰবাৰে সন্ধিয়া অভিনেত্ৰীগৰাকীৰ দীক্ষা অভিষেক অনুষ্ঠিত হয় ।

Apply Now

এসময়ত বলীউডৰ শীৰ্ষ অভিনেত্ৰী আছিল মমতা কুলকাৰ্ণী। এশখনতকৈও অধিক ছবিত গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে। তেওঁৰ কেইখনমান উল্লেখযোগ্য চিনেমা হৈছে “চুপাৰ ৰুষ্টম”, “কৰণ অৰ্জুন”, “চাইনা গেট”, “কিলা” আৰু “জানে জিগাৰ”।

কিন্তু ২০০০ চনৰ পৰা মমতাই আধ্যাত্মিক জীৱনক অগ্ৰাধিকাৰ দিবলৈ আৰম্ভ কৰে। মমতাৰ মতে, “মই আধ্যাত্মিকতাৰ প্ৰতি অনুপ্ৰাণিত আছিলো আৰু ১৯৯৬ চনত গুৰু গগন গিৰি মহাৰাজক লগ কৰো, তেতিয়াৰ পৰাই মোৰ আধ্যাত্মিক যাত্ৰা আৰম্ভ হৈছিল।”

#WATCH | #MahaKumbh2025 | Pattabhisheka of former actress Mamta Kulkarni performed at Sangam Ghat in Prayagraj, Uttar Pradesh.

Acharya Mahamandleshwar of Kinnar Akhada, Laxmi Narayan said that Kinnar akhada is going to make her a Mahamandleshwar. She has been named as Shri Yamai… pic.twitter.com/5hFfFTMe1s

— ANI (@ANI) January 24, 2025

মমতা কুলকাৰ্ণীৰ জীৱনত আধ্যাত্মিকতাৰ গুৰুত্ব বহুদিনৰ আগৰ পৰাই আছিল। বলীউডত তেওঁৰ কেৰিয়াৰ সফল হৈছিল যদিও ব্যক্তিগত জীৱনত নতুন দিশ বিচাৰি পালে। মমতাই বহুদিন ডুবাইত বাস কৰিছিল, য’ত তেওঁ একেবাৰে তপস্বী জীৱন কটায়। ১২ বছৰ ধৰি তেওঁ ব্ৰক্ষ্মচাৰী আছিল আৰু অতি কঠোৰ জীৱন যাপন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd