• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰৱঞ্চনা আৰু জালিয়াতি গোচৰ! আদালতত হাজিৰ হ’ল চলমান খানৰ নায়িকা

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
December 26, 2023 7:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰৱঞ্চনা তথা জালিয়াতিৰ গোচৰত আদালতত হাজিৰ হ’বলৈ বাধ্য হ’ল বলিউদৰ নায়িকা জাৰিন খান। এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানীয়ে ধন দিয়াৰ পিছতো বলীউডৰ অভিনেত্ৰী জৰীণ খানে সংস্থাটোৰ কাৰ্যসূচীত উপস্থিত হোৱা নাছিল।

ইভেণ্ট মেনেজমেণ্ট কোম্পানীটোৱে জনোৱা মতে, তেওঁলোকৰ কাৰ্যসূচীত উপস্থিত হোৱাৰ কথা দি অভিনেত্ৰী জাৰিন খানে ১২ লাখ টকাৰ আগধন লৈছিল। কিন্তু টকাখিনি পোৱাৰ পিছতো তেওঁ অনুষ্ঠানলৈ নাহিল।

Apply Now

ইয়াৰ পিছতে আৰ্থিক জালিয়াতিৰ অভিযোগত পশ্চিমবংগৰ নৰকেলডাঙা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে সংস্থাটোৱে।

যোৱা ১১ ডিচেম্বৰত আৰ্থিক জালিয়াতিৰ গোচৰত জাৰিনে আদালতত আত্মসমৰ্পণ কৰিছিল। সেইদিনা শিয়ালদাহ আদালতৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আত্মসমৰ্পণ কৰে অভিনেত্ৰীগৰাকীয়ে।

তেওঁৰ অধিবক্তা পৱন আগৰৱালাই আদালতত জাৰিন খানৰ জামিনৰ বাবে আবেদন জনাইছিল। দুয়োপক্ষৰ যুক্তি শুনি ন্যায়াধীশে ৩০ হাজাৰ টকাৰ বণ্ডত জাৰিন খানক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে। আদালতৰ অনুমতি অবিহনে অভিনেত্ৰীগৰাকীয়ে দেশৰ বাহিৰলৈ যাব নোৱাৰিব। সেই গোচৰৰে আজি শুনানি গ্ৰহণ কৰা হৈছিল।

উল্লেখ্য, ২০১০ চনত ছলমান খানৰ সৈতে ‘বীৰ’ ছবিৰে বলীউডত অভিষেক ঘটিছিল জাৰিন খানৰ। সেই সময়ত বহুতে অভিনেত্ৰীগৰাকীৰ চেহেৰা আৰু কেটৰিনা কাইফৰ চেহেৰাৰ মাজত সাদৃশ্য বিচাৰি পাইছিল।

জাৰিন খানৰ বিৰুদ্ধে শিয়ালদাহ আদালতত দাখিল কৰা হৈছিল অভিযোগনামা। আৰক্ষীৰ সূত্ৰ অনুসৰি ২০১৮ চনত জাৰিন খানে এটা ইভেণ্ট মেনেজমেণ্ট গ্ৰুপৰ পৰা ১২ লাখ টকা লৈছিল।

উত্তৰ ২৪ পৰগনা আৰু কলকাতাৰ বৰাছাটত ৬ টা কালী পূজা উদ্বোধন কৰাৰ বাবে সংস্থাটোৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছিল জাৰিন খানে।

অৱশ্যে, পইচা লৈ যোৱাৰ পিছতো জাৰিনৰ মেনেজাৰ কলকাতালৈ নাহিল। ইয়াৰ বিপৰীতে কলকাতা আহিব লগা দিনটোত ইখনৰ পিছত সিখন বিমান বাতিল কৰি সময়সূচীৰ পিছুৱাই থাকিল জাৰিন খানে। কেৱল সেয়াই নহয়! ইভেণ্ট অৰ্গেনাইজেচনৰ মতে, ফোনত জাৰিন খানে ভাবুকি দি কৈছিল, “বংগলৈ কিয় যাব? মুম্বাইত আপোনাৰ সংগঠনে কেনেদৰে কাম কৰে চাম!”

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd