• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰণবীৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল আলিয়া ভাট! ফটো ভাইৰেল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2019 12:29 pm
Ranbir and Alia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিউদৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট আৰু ষ্টাৰ অভিনেতা ৰণবীৰ কাপুৰৰ মাজত থকা প্ৰেমৰ নিবীড় সম্পৰ্কক লৈ সময়ে সময়ে চলি আহিছে চৰ্চা।

ইতিমধ্যে দুয়োজনৰ মাজত যে প্ৰেমৰ সম্পৰ্ক আছে সেই কথা তাৰকা দুগৰাকীয়ে নিজে স্বীকাৰ কৰিছে জনপ্ৰিয় টেলিভিশ্যন শ্ব’ কফি উইদ কৰণত।

Apply Now

ইয়াৰ উপৰি বিভিন্ন সময়ত দুয়োজনকে বিভিন্ন অনুষ্ঠানত একেলগে অংশ লোৱাও দেখা যায়। আলিয়া আৰু ৰণবীৰৰ পৰিয়ালৰ মাজতো আছে এক সু সম্পৰ্ক।

এই সকলোবোৰ কথা অনুৰাগীৰ জ্ঞাত।

কিন্তু শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰণবীৰ আৰু আলিয়াৰ বিয়াৰ কিছু ফটো। ফটোবোৰ দেখাৰ লগে লগে অনুৰাগীৰ মাজত বৃদ্ধি পাইছে যথেষ্ট উদ্বিগ্নতা। জানিব বিচাৰিছে ফটো সমূহৰ আচল ৰহস্য।

 

View this post on Instagram

 

Awesome Edit ???❤❤❤ . . #ranbirkapoor #aliabhatt #ranbirkapoorworld #ranbirkapoorloverz #ranbirkapoorfans #bollywood #ranbir_kapoor #ranbirian_amrin #ranbirkapoor143 #neetukapoor #rishikapoor #ridhimakapoor #brahmastra #ayanmukerji #ranbirkapoormagic #ranbirkapoorloverz #ranbirkapoorfan #ranbirkapoorlove #anushkasharma #karanjohar #shahrukhkhan #aedilhaimushkil #ranbiralia #ranbirkapoor143

A post shared by SONA❤ (@ranbir_kapoor_my_life_line) on Sep 2, 2019 at 6:28am PDT

কিয়নো ভাইৰেল হোৱা ফটো সমূহত আলিয়াক সম্পূৰ্ণৰূপে নকইনাৰ সাজত দেখা গৈছে। আনহাতে ৰণবীৰকো দেখা গৈছে দৰাৰ সাজত।

বিয়াৰ সাজত থকা এই ফটো সমূহ এটা ফেনপেজে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে। শ্বেয়াৰৰ লগে লগে বহু অনুৰাগীয়ে দুয়োৰে বিয়া হৈ গ’ল নেকি বুলি প্ৰশ্ন উত্থাপন কৰে।

আচলতে ভাইৰেল হোৱা ফটোসমূহৰ আচল ৰহস্য বেলেগ। কইনাৰ সাজত দেখা আলিয়াৰ ফটো সমূহ সঁচা। কিন্তু ৰণবীৰ কাপুৰৰ ফটো এডিট কৰিহে দৰাৰ ৰূপত উপস্থাপন কৰিছে।

উল্লেখ্য যে অলপতে এটা বিজ্ঞাপনৰ শ্বুটিঙত কইনাৰ সাজ পৰিধান কৰিছিল আলিয়া ভাটে। শ্বুটিঙত আলিয়াৰ সৈতে ৰণবীৰ নহয় দৰাৰ সাজত অন্য মডেলহে আছিল। কিন্তু একাংশই এই ফটোসমূহ এডিট কৰি ছ’চিয়েল মিডিয়াত এৰি দিছিল।

মন কৰিবলগীয়া যে অতি শীঘ্ৰে ৰণবীৰ আৰু আলিয়াই বিবাহপাশত আবদ্ধ হ’ব বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ চলি আছে। কিন্তু এই পৰ্যন্ত দুয়োজন তাৰকাই বিয়া সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd