• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছানি লিয়নিৰ পাছত নেহা কক্কৰৰ নাম আহিল কলেজৰ নামভৰ্তি তালিকাত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 31, 2020 8:51 pm

1 min read

Neha

নেহা কক্কৰ

301
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগৰ মালদা জিলাৰ এখন মহাবিদ্যালয়ৰ নামভৰ্তিৰ তালিকাত বলিউদৰ কণ্ঠশিল্পী নেহা কক্কৰৰ নাম অহাক কেন্দ্ৰ কৰি সকলোৰে চকু কপালত উঠিছে।

মহাবিদ্যালয় প্ৰশাসনে তেওঁলোকে প্ৰকাশ কৰা প্ৰথমখন মেধাৰ তালিকাত কণ্ঠশিল্পী গৰাকীৰ নাম প্ৰকাশ পোৱাৰ কথা উল্লেখ কৰি পৰৱৰ্তী সময়ত নিয়াৰ শুধৰণি কৰা বুলি কয়।

উল্লেখযোগ্য যে, বলিউদৰ কণ্ঠশিল্পী নেহা কক্কৰৰ পূৰ্বে অভিনেত্ৰী ছানি লিয়নিৰ নামো পশ্চিমবংগৰ এখন মহাবিদ্যালয়ৰ মেধাৰ তালিকাত অহাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল।

পশ্চিমবংগৰ দক্ষিণ কলকাতাৰ প্ৰসিদ্ধ আশুতোষ কলেজৰ ইংৰাজী বিভাগৰ মেধাৰ তালিকাত ছানি লিয়নিৰ নাম প্ৰকাশ হৈছিল।

সেই তালিকাত প্ৰথমতেই ছানি লিয়নিৰ নাম দেখা গৈছিল।

চলিত শিক্ষাবৰ্ষত ছানি লিয়নি উত্তীৰ্ণ হোৱা বুলি উল্লেখ কৰা হৈছে। সেয়াই নহয়, মেধাৰ তালিকাত প্ৰাপ্ত নম্বৰো দিয়া হৈছে।

 

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd