• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী গ্রন্থমেলাত ‘বিবাহ পদ্ধতি আৰু বিয়ানাম’ শীৰ্ষক গ্ৰন্থ উন্মোচন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 1, 2021 8:02 am

1 min read

গ্রন্থ উন্মোচন

ফটো: নৰ্থইষ্ট নাও।

14.5k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজিত ৩৩তম গুৱাহাটী গ্ৰন্থমেলাত বৃহস্পতিবাৰে অসমীয়া সংস্কৃতিৰ অপৰিহাৰ্য অংশ বিয়ানামৰ এক বিশেষ সংস্কৰণ হিচাপে অম্বিকা দত্ত দেৱীৰ দ্বাৰা ৰচিত ‘বিবাহ পদ্ধতি আৰু বিয়ানাম’ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়।

গ্ৰন্থ উন্মোচনী সভাত ড০ দিলীপ কলিতা, মৃণালিণী দেৱী, নীলিমা বৰা, শশীপ্ৰভা দাস, দৰ্পনা বৰা নেওগ আৰু তৃষ্ণা দেৱীকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

গ্ৰন্থ উন্মোচনী সভাত ভাষণ দি নীলিমা দেৱীয়ে অসমীয়া সাহিত্য সংস্কৃতিত বিয়াৰ ৰীতি নীতিৰ বৈশিষ্ট্য সম্পৰ্কে উল্লেখ কৰে। সেইদৰে দৰ্পনা বৰা নেওগে লেখিকা অম্বিকা দত্তৰ বিষয়ে আভাস দাঙি ধৰে।

আনহাতে, মৃণালিণী দেৱীয়ে গ্ৰন্থখন উন্মোচন কৰি এইখন এখন উৎকৃষ্ট মানৰ গ্ৰন্থ হ’ব বুলি উল্লেখ কৰি লেখিকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

ইপিনে, নিজৰ ভাষণ প্ৰসংগত ড০ দিলীপ কলিতাই কয় যে আমাৰ লোক সংস্কৃতিবোৰ যদি লিখিত আকাৰে ৰখা নাযায় তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মই সেইবোৰৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা থাকে।

সামৰণিত ডাঃ শশাংক শেখৰ দত্তই সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd