• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কৰ মুদৈজান কমলাবাৰী শাখা সত্ৰত গ্ৰন্থ উন্মোচন

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , December 28, 2020 5:23 pm

1 min read

IMG-20201226-WA0035
121
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ মুদৈজান কমলাবাৰী শাখা সত্ৰত ২৬  ডিচেম্বৰত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।

শাখা সত্ৰৰ সেউজ বাকৰিত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত টীয়কৰ প্ৰতিষ্ঠিত কবি, নিবন্ধকাৰ অৰূপজ্যোতি হাজৰিকাৰ গ্ৰন্থ ” ময়ো সু-নাগৰিক হব খোজো” আৰু গৌৰীসাগৰৰ কবি মিন্টু সাগৰ দাসৰ কাব্য গ্ৰন্থ “কেনে লাগে এই বাটত” শুভ উন্মোচন কৰে ক্ৰমে মুদৈজান শাখা সত্ৰৰ বুঢ়াভকত আৰু মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ ভূঞাই।

গ্ৰন্থ উন্মোচন কৰি দুয়োজন উন্মোচকে লেখকদ্বয়ৰ এই প্ৰয়াসক শলাগ লয় আৰু পাঠক সমাজে দুয়োখন আদৰি লব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পূব যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ৰাম প্ৰসাদ ফুকন, চিকিৎসক মহানন্দ নেওগ, সমাজকৰ্মী প্ৰশান্ত কুমাৰ বৰুৱা, সাংবাদিক অৰুণ হাজৰিকা, সত্ৰীয়া শিল্পী মুকুন্দ কলিতা, কবি দেৱজিত গোস্বামী আৰু দেৱজিত হাজৰিকাৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

অনুষ্ঠানৰ আঁত ধৰে অৰূপজ্যোতি হাজৰিকাই।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd