• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সীমা বিবাদঃ ২৫ এপ্ৰিলত অনুষ্ঠিত হ’ব অসম আৰু মিজোৰামৰ মাজত সীমা বিবাদ সন্দৰ্ভত আলোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2025 8:54 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে নতুনকৈ আলোচনাৰ বাবে অহা ২৫ এপ্ৰিলত গুৱাহাটীত বৈঠকত মিলিত হ’ব অসম আৰু মিজোৰামৰ বিষয়াসকল। মিজোৰামৰ গৃহমন্ত্ৰী কে সাপডাংগাই এই বৈঠকৰ বিষয়ে আবগত কৰিছে।  

চৰকাৰী পৰ্যায়ত এই আলোচনা কেইবামাহো পলম হোৱাৰ পিছত পুনৰ আলোচনাৰ বাবে সাজু হৈছে । অসমে প্ৰথমে মাৰ্চ মাহত এই বৈঠকৰ প্ৰস্তাৱ দিছিল, কিন্তু ৰাজ্য বিধানসভাৰ অধিৱেশন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ কাৰণে মিজোৰামে তাক নাকচ কৰিছিল। বৰ্তমান মিজোৰামে নিজৰ প্ৰতিনিধি দল চূড়ান্ত কৰিছে, য’ত গৃহ সচিব ভানলালমাৱিয়াৰ নেতৃত্বত থকাৰ সম্ভাৱনা আছে। 

Apply Now

উল্লেখ্য যে ঔপনিৱেশিক যুগৰ সীমা নিৰ্ধাৰণৰ বিভিন্ন ব্যাখ্যাৰ পৰা এই বিতৰ্কৰ সূত্ৰপাতঘটিছিল। মিজোৰামে ১৮৭৫ চনৰ বংগ পূব সীমা নিয়ন্ত্ৰণক সমৰ্থন কৰে, আনহাতে অসমে ১৯৩৩ চনৰ ভাৰতীয় জৰীপ মানচিত্ৰক স্বীকৃতি দিয়ে। স্পষ্ট সীমা নিৰ্ধাৰণৰ অভাৱত দুয়োখন ৰাজ্যই ১৬৪.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ কাষৰীয়া অঞ্চলৰ দাবী কৰে, য’ত তিনিখন জিলা সামৰি আছে। 

সময়ে সময়ে উত্তেজনা প্ৰকাশ পাইছে, বিশেষকৈ ২০২১ চনৰ জুলাই মাহত মিজোৰামৰ ভাইৰেংটে গাঁৱৰ ওচৰত সংঘটিত হিংসাত্মক সংঘৰ্ষত ৭ জন লোক নিহত আৰু কেইবা ডজন লোক আহত হৈছিল। 

তাৰ পিছৰে পৰা দুয়োখন ৰাজ্যৰ মাজত চাৰিটা মন্ত্ৰীত্বৰ পৰ্যায়ত আলোচনা আৰু কেইবাটাও নিম্নস্তৰৰ আলোচনা অনুষ্ঠিত হৈছে। ২০২৩ চনৰ আগষ্টত আইজলত শেষৰখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল, য’ত দুয়োপক্ষই শান্তি বজাই ৰখা আৰু আলোচনা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছিল। 

চলিত মাহৰ চৰকাৰী পৰ্যায়ৰ আলোচনাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী মন্ত্ৰীসভাৰ আলোচনাৰ সময় নিৰ্ধাৰণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm
ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

June 7, 2026 3:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd