• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’ণাই কাঢ়িলে পিতৃ-মাতৃক, পাঁচবছৰীয়া গঞ্জালেছৰ জন্মদিন কিদৰে পাতিলে চহৰবাসীয়ে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 3, 2020 2:37 pm

2 min read

birthday-parade-ninfa-vid
6k
VIEWS
Share on FacebookShare on Twitter

মহাব্যাধি ক’ৰ’ণাই বিশ্বত বহুতৰে প্ৰাণ কাঢ়ি নিছে।

বহুতে হেৰুৱাইছে নিজৰ পিতৃ, মাতৃ,ভাতৃ,ভগ্নী আৰু আন বহু আত্মীয় স্বজনক।

আমেৰিকাৰ ছান আণ্টোনিওৰ বাসিন্দা ৰাইডেন গঞ্জালেছে তেওঁৰ পিতৃ-মাতৃক হেৰুৱাইছে ক’ৰ’ণাতে। মাত্ৰ ১০০ দিনৰ ব্যৱধানত পিতৃ-মাতৃক হেৰুওৱা গঞ্জালেছৰ নিজৰ বুলি কবলৈ এতিয়া আৰু কোনো নাই।

৫ বছৰীয়া শিশুটিৰ আলাই আথানি দেখি দূৰ সম্পৰ্কীয় লোক এজনে গঞ্জালেছক তেওঁলোকৰ ঘৰলৈ লৈ গৈছিল।

অনাথ শিশুটিৰ জন্মদিন প্ৰতিবছৰে পিতৃ-মাতৃয়ে ধুমধামেৰে পাতিছিল।

কিন্তু এইবাৰ গঞ্জালেছৰ জন্মদিন পাতিবলৈ তেওঁৰ কাষত নাই পিতৃ আদান আৰু মাতৃ মাৰিয়ান।

পিছে গঞ্জালেছক তেওঁৰ জন্মদিনটোত নিৰাশ কৰিব নিবিচাৰিলে ছান আণ্টোনিওৰ বাসিন্দাসকলে।

কণমানি গঞ্জালেছৰ জন্মদিনটো ছান আণ্টোনিওৰ বাসিন্দাসকলে অলপ ব্যতিক্ৰমী ৰূপত উদযাপন কৰাৰ সিদ্ধান্ত ল’লে।

সেইমৰ্মে চাহৰ খনৰ বাসিন্দাসকলে গঞ্জালেছৰ জন্মদিনটোত উলিয়ালে এক বিশাল সমদল।সমদলৰ আগত স্থানীয় লোক এজনৰ কোলাত উঠি গ’ল গঞ্জালেছ।

সমদলত গঞ্জালেছক মনোৰঞ্জন দিবলৈ কোনোৱাই সাজিলে স্পাইডাৰমেন,কোনোৱাই চুপাৰমেন আৰু যে কত’ কি।গঞ্জালেছৰ জল্মদিনৰ সমদলত কেৱল যে ছান আণ্টোনিও চহৰৰ বাসিন্দাসকলেই ভাগ ল’লে তেনে নহয়।

এই সমদলত ভাগ ল’লে চহৰ খনৰ আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলেও।চহৰৰ বাসিন্দাসকলেই মিলিজুলি কৰিলে খোৱা-বোৱাৰ আয়োজন।

মুঠৰ ওপৰত ক’ৰ’ণাই অনাথ কৰা গঞ্জালেছক চহৰৰ বাসিন্দাসকলে মুঠেও অনুভৱ কৰিবলৈ নিদিলে তেওঁৰ পিতৃ-মাতৃ নথকাৰ কথা।

সঁচাকৈয়ে ইয়াকে কয় মানৱতা।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd