DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ; আজিৰ পৰা বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2019 1:37 pm
Water level of brahmaputra

বিপদ সীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ

6.7k
VIEWS
Share on FacebookShare on Twitter

বিগত তিনিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ নৈ-উপনৈ সমূহ ফেনেফোটোকাৰে ওফন্দি উঠিছে। ইতিমধ্যে ৰাজ্যৰ প্ৰায় ৫০,০০০ লোক বানপানীৰ কৱলত পৰিছে।

ৰাজ্যত হৈ থকা প্ৰৱল বৃষ্টিপাতৰ ফলত অসমৰ মূল নদী ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ স্তৰ প্ৰতি ঘণ্টাত ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে। চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। বৰ্তমান ৪৯.৪২ ছেণ্টিমিটাৰেৰে মহাবাহুৰ পানী হৈ থকা বুলি খবৰ লাভ কৰিব পৰা গৈছে।

আনহাতে, ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলপৃষ্ঠৰ প্ৰতি লক্ষ্যৰাখি গুৱাহাটী মহানগৰ প্ৰশাসনে আজি সন্ধিয়াৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ স্বাভাৱিক নহোৱা পৰ্য্যন্ত অনিৰ্দিষ্ট কাললৈ ফেৰী সেৱা বন্ধ থাকিব।

উল্লেখযোগ্য যে, ফেৰীসেৱা বন্ধ থকাৰ সময়ত উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী মহানগৰীলৈ যাতায়তৰ ক্ষেত্ৰত যাতে জনসাধাৰণে অসুবিধাৰ সন্মুখিন হ’বলগীয়া নহয় তাৰপ্ৰতি লক্ষ্যৰাখি জিলা প্ৰশাসনে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীলৈ নিশা পৰ্য্যন্ত এ এছ টি চি বাছ সেৱা অব্যাহত ৰখাৰ ব্যৱস্থা কৰিছে বুলি খবৰ লাভ কৰা হৈছে।

Recent News

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd