• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১০ টকীয়া ৩০ খন নোট গণনা কৰাত ব্যৰ্থ দৰা; বিয়া বাতিল কৰি দিলে কইনাই !

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 23, 2023 2:43 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টকা গণনা কৰিব নোৱাৰিলে হ’বলগীয়া দৰাই। একমাত্ৰ সেইকাৰণে কইনাই বাতিল কৰিলে বিয়াখন। উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ জিলাত এনে ধৰণৰ ঘটনাই সংঘটিত হৈছে। বিবাহ বাতিল হোৱাৰ পিছত দুয়োটা পক্ষৰ মাজত তুমুল কাজিয়াও হয়। খবৰ পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে দুয়োটা পক্ষৰ মাজৰ ঘটনাটো মীমাংসা কৰিবলৈ চেষ্টা কৰে। কিন্তু কইনা কোনো ধৰণে বিয়াত বহিবলৈ সন্মত নহ’ল। ফলত দৰা খালী হাতেৰে ঘূৰি আহিবলৈ বাধ্য হয়।

দৰাচলতে কি ঘটিছিল? জানিব পৰা মতে, দৰা মানসিকভাৱে ভাৰসাম্যহীন  বুলি পুৰোহিতজনে সন্দেহ কৰিছিল। তেওঁ কইনাৰ পৰিয়ালক সন্দেহৰ বিষয়ে কৈছিল। কইনাৰ পৰিয়ালে তেতিয়া সঁচাকৈয়ে দৰাটো মানসিকভাৱে সুস্থ হয়নে জানিবলৈ দৰাক পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়।

লগতে পঢ়ক: Google-ৰ সুৰক্ষাত ডাঙৰ সুৰুঙা! দুই ভাৰতীয় হেকাৰে দেখুৱাই দি লাভ কৰিলে শকত ধনৰ পুৰস্কাৰ

Apply Now

ইয়াৰ বাবে তেওঁলোকে দৰাক ১০ টকীয়া ৩০ খন নোট গণনা কৰিবলৈ দিয়ে। কিন্তু দৰাটোৱে নোটবোৰ গণনা কৰাত বিফল হোৱাত কইনাৰ পৰিয়ালটো হতবাক হৈ পৰে। কইনাজনী তেতিয়া ৰভাতলীৰ পৰা উঠি যায়। তেওঁ পুনৰ বিয়াত বহিবলৈ সন্মত নহ’ল।

কইনাৰ ভায়েক মোহিতে কয়, “এজন নিকট আত্মীয়ই দৰাটো ঠিক কৰিছিল। তেওঁলোকে বিয়াৰ আগতে দৰাক দেখা নাছিল কিয়নো তেওঁলোকে আত্মীয়জনক বিশ্বাস কৰিছিল। কিন্তু বিবাহ অনুষ্ঠানত পুৰোহিতজনে দৰাৰ আচৰণৰ ওপৰত সন্দেহ কৰি আমাক এই বিষয়ে অৱগত কৰিছিল। সেইকাৰণে আমি দৰাটো স্বাভাৱিক হয় নে নাই জানিবলৈ তেওঁৰ ওপৰত এটা সহজ পৰীক্ষা কৰিছিলো।‘’

তেওঁ জানিবলৈ লগতে দি কয়, ‘’মই তেওঁক মুঠ ৩০ খন ১০ টকাৰ নোট গণনা কৰিবলৈ কৈছিলো। কিন্তু তেওঁ গণনা কৰিব নোৱাৰিলে। গতিকে মোৰ ভনীয়ে তেওঁক বিয়া কৰিবলৈ অস্বীকাৰ কৰিলে।‘’

লগতে পঢ়ক: ৰাজামৌলিৰ ‘RRR’ চাই মুগ্ধ কিংবদন্তি পৰিচালক জেমছ কেমেৰুন; দিলে হলিউডত ছবি নিৰ্মাণৰ প্ৰস্তাৱ!

ইপিনে, বিয়া বাতিল হোৱাৰ পিছত কইনা আৰু দৰাৰ পৰিয়ালৰ মাজত তুমুল কাজিয়া হয়। কিন্তু দৰাৰ পৰিয়ালে কইনা আৰু তেওঁৰ পৰিয়ালক বিয়াৰ বাবে সৈমান কৰিব নোৱাৰিলে। শেষত তেওঁলোকে খালী হাতেৰে ঘূৰি যাব লগা হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd