• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

প্ৰৱঞ্চনা কৰি অলিম্পিকলৈ গৈছিল ভিনেশ ফ’গাট, প্ৰতিবাদৰ আঁৰত আছিল কংগ্ৰেছৰ হাত : ব্ৰীজভূষণ শৰণ সিং

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 7, 2024 4:32 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলিম্পিকত উজ্জ্বলি উঠা মহিলা মল্লযুঁজাৰু ভিনেশ ফ’গাটক আক্ৰমণৰ লক্ষ্যত কৰি লৈছে ব্ৰীজভূষণ শৰণ সিঙে। এইজন ব্ৰীজভূষণৰ বিৰুদ্ধেই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল দেশৰ কেইবাগৰাকীও মহিলা মল্লযুঁজাৰুৱে।

মঙলবাৰে কংগ্ৰেছত যোগদান কৰিছে ভিনেশ ফ’গাটে। আহি থকা হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ভিনেশে।

Apply Now

কংগ্ৰেছত যোগদান কৰাৰ পিছতেই এতিয়া আকৌ এবাৰ বিজেপিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ভিনেশে ফ’গাট। ভিনেশক আক্ৰমণ কৰিছে খোদ ইণ্ডিয়ান ৰেছলিং ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা বিজেপিৰ প্ৰাক্তন সাংসদ ব্ৰীজভূষণ শৰণ সিঙে। অলিম্পিকৰ মঞ্চত ভিনেশে আন মল্লযুঁজাৰুক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে ব্ৰীজভূষণে।

উল্লেখ্য যে বজৰং পুনিয়া, ভিনেশ ফ’গাট, সাক্ষী মালিককে ধৰি কেইবাগৰাকীও মল্লযুঁজাৰুৱে মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ব্রিজ ভূষণৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল৷ এই প্ৰতিবাদৰ ফলস্বৰূপেই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তদানীন্তন ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি পদৰ পৰা ব্ৰীজভূষণক অপসাৰণ কৰা হৈছিল।

আনকি ২০২৪ চনৰ সাধাৰণ ব্ৰীজভূষণক প্ৰাৰ্থীত্ব প্ৰদান কৰা নাছিল ভাৰতীয় জনতা পাৰ্টীয়ে। তেতিয়াৰ পৰা মনে মনে আছিল ব্ৰীজভূষণ। কিন্তু ভিনেশে কংগ্ৰেছত যোগদান কৰাৰ পিছত পুনৰ ভিনেশক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে যৌন নিৰ্যাতনৰ অভিযুক্ত ব্ৰীজভূষণ শৰণ সিঙে।

ব্ৰীজভূষণে কয়, ‘মই বিনেশ ফ’গাটক সুধিব বিচাৰো যে এজন খেলুৱৈয়ে এদিনতে দুটা ওজনৰ শাখাত ট্ৰাইল দিব পাৰেনে? ওজন জোখাৰ পিছত পাঁচ ঘণ্টা ধৰি ট্ৰায়েল বন্ধ কৰিব ৰাখিব পাৰিনে? আচলতে ভিনেশ মল্লযুঁজত জয়ী হোৱা নাছিল, প্ৰৱঞ্চনা কৰি অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ভগৱানে ভিনেশক এই প্ৰৱঞ্চনাৰ শাস্তি দিলে।”

ইয়াৰ উপৰিও ব্ৰীজভূষণে অভিযোগ উত্থাপন কৰিছে যে কোনো ট্ৰায়েল অবিহনেই এছিয়ান গেমছলৈ গৈছিল বজৰং পুণিয়া।

লগতে ব্ৰীজভূষণে কয়, “হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন বিজেপিৰ যিকোনো প্ৰাৰ্থীয়েই ভিনেশক পৰাস্ত কৰিব পাৰিব। মই কোনো মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱা নাই। ভিনেশ আৰু বজৰঙে মোৰ ওপৰত ষড়যন্ত্ৰ চলাইছে। এই প্ৰতিবাদৰ আঁৰত কংগ্ৰেছৰ হাত আছিল।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd