• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৪ বছৰে সৰু অন্ত:সত্ত্বা বান্ধৱীক বিয়া পাতি পিতৃত্বৰ পথত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী জনছন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2020 5:44 pm
Borris-johson-ith-girlfriend

বৰিছ জনছন আৰু কেৰি ছাইমণ্ডছ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনীয়া বান্ধৱী কেৰি ছাইমণ্ডছৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ আগবাঢ়িছে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছন।

জনছনতকৈ ২৪ বছৰে সৰু ৩১ বছৰীয়া কেৰি কেইমাহমান পূৰ্বে অন্ত:সত্ত্বা হৈছিল। ১০নং ডাউন ষ্ট্ৰীটত এতিয়া নৱজাতকক আদৰণি জনোৱাৰ বাবেও একেলগে প্ৰস্তুতি চলিছে।

Apply Now

দেওবাৰে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰীৰ চৰকাৰী বাসভৱন তথা মন্ত্ৰ্যালয়ৰ পৰা এই বাতৰি নিশ্চিত কৰিছে।

কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা ৫৫ বছৰীয়া বৰিছ জনছন বৰ্তমান সময়ত এগৰাকী বিশ্বৰ জনপ্ৰিয় নেতা হোৱাৰ উপৰি তেওঁ ‘ব্ৰেক্সিট’ৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাৰ্যকৰী কৰিছিল।

আকৌ এবাৰ পিতৃত্বৰ গৌৰৱৰ অধিকাৰী হ’বলৈ আগবঢ়া জনছনৰ দ্বিতীয় পত্নীৰ চাৰিটা সন্তান আছে।

পূর্বে কনজাৰ্ভেটিভ পাৰ্টিৰ যোগাগাোগ মুৰব্বীৰ দায়িত্ব পালন কৰা কেৰিৰ সৈতে জনছনৰ প্ৰেমৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। কিন্তু মাজতে তেওঁলোকৰ সম্পৰ্কত যতিও পৰিছিল।

জনছনৰ একাধিক পত্নী, সন্তানৰ সংসাৰত কেৰিৰ উপস্থিতি চকুত নপৰা হৈ পৰিছিল যদিও আঁৰে আঁৰে তেওঁ দলৰ কামকাজ কৰি গৈছিল।

ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰাই কেৰিক পুনৰ বৰিছ জনছনৰ ছাঁ হৈ ঘুৰা দেখা গৈছিল।

প্ৰচাৰৰ সময়ত বিভিন্নজনৰ মাজত বৰিছ-কেৰিক সকলোৱে প্ৰত্যক্ষ কৰিছিল। তেতিয়াই হয়তো তেওঁলোকৰ ম্লান হৈ পৰা প্ৰেমৰ জোৱাৰ পুনৰ প্ৰাণ পাই উঠে।

ইপিনে, বিয়াৰ পূৰ্বেই প্ৰধান মন্ত্ৰীৰ বাসভৱনৰ স্থায়ী বাসিন্দা হৈ পৰা প্ৰথম যুটী বৈ পৰিছিল কেৰি-বৰিছ। বিতৰ্কৰ চাকনৈয়াত দুয়ো হাবু-ডুবু খাবলগীয়াও হয়।

এতিয়া সমস্ত বাধা আঁতৰি দুয়ো আৰম্ভ কৰিবলৈ আগবাঢ়িছে এখন সুখৰ সংসাৰ!

কেৰিয়ে তেওঁৰ আসন্ন মাতৃত্বৰ কথা সদৰী কৰি ইনষ্টাগ্ৰামত আনকি প’ষ্টো দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd